ETV Bharat / state

ককাকৰ কামনাৰ বলি হৈ অন্তঃসত্বা ১৩ বছৰীয়া কিশোৰী - নগাঁও

শালমৰাত 58 বছৰীয়া ককাকৰ কামনাৰ বলি হয় এগৰাকী 13 বছৰীয়া কিশোৰী ৷ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে পলায়ন কৰে আব্দুল হামিদ নামৰ লোকজন ৷

AS_BARHAMPUR_801_29MAY_RAPE_VISUAL&BYTE_ASC10032
ককাকৰ কামনাৰ বলি হৈ অন্তঃসত্বা ১৩ বছৰীয়া কিশোৰী
author img

By

Published : May 29, 2021, 4:26 PM IST

নগাঁও, 29 মে’ : নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানা অন্তৰ্গত কামপুৰ শালমৰাত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ শালমৰাত 58 বছৰীয়া ককাকৰ কামনাৰ বলি হয় এগৰাকী 13 বছৰীয়া কিশোৰী ৷ জানিব পৰা মতে, বৰ্তমান সাত মাহৰ অন্তঃসত্বা কিশোৰীগৰাকী ৷ বিগত কেইবামাহ পূৰ্বে সংঘটিত হোৱা জঘন্য ঘটনাটো কিশোৰীগৰাকীৰ গৰ্ভৱতী হোৱা পাছতহে পোহৰলৈ আহে ৷ ইতিমধ্যে পিতৃৰ বিৰুদ্ধে কামপুৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে নিজ জীয়ৰীয়ে ৷

ককাকৰ কামনাৰ বলি হৈ অন্তঃসত্বা ১৩ বছৰীয়া কিশোৰী

সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে পলায়ন কৰে আব্দুল হামিদ নামৰ লোকজন ৷ অৱশ্যে শনিবাৰে কামপুৰ আৰক্ষীয়ে অভিযুক্ত আব্দুল হামিদক গ্ৰেপ্তাৰ কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ 66/21 U/S 376(lll) RW/Sec 6 Of POCSO ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : চৰাইদেউত ক'ভিড পৰিস্থিতিৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.