ETV Bharat / state

Fishery college raha: সৰ্বভাৰতীয় পৰ্যায়ত উজলিল ৰহাৰ মীন মহাবিদ্যালয় - ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ

সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত স্থান দখলেৰে সুনাম কঢ়িয়াই আনিলে ৰহা মীন মহাবিদ্যালয়ৰ দুজন ছাত্ৰই ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ নাম (Assam Agricultural University named at national level)

raha fishery college students got top ranks at national level examination
সৰ্বভাৰতীয় পৰ্যায়ত উজলিল ৰহা মীন মহাবিদ্যালয়
author img

By

Published : Nov 28, 2021, 1:04 PM IST

নগাঁও, 26 নৱেম্বৰ : ৰহাৰ মীন মহাবিদ্যালয়লৈ সুখবৰ (raha fishery college known nationwide) ৷ মহাবিদ্যালয়খনৰ দুজন ছাত্ৰ ক্ৰমে মানৱ জ্যোতি বৰ্মন আৰু জাকিৰ হুছেইনে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত প্ৰথম দহৰ ভিতৰত স্থান দখল কৰি (two students got ranks in top ten at national level examination) সুনাম কঢ়িয়াই আনিছে মহাবিদ্যালয়খনলৈ ৷

সৰ্বভাৰতীয় পৰ্যায়ত 'ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ (indian council of agricultural research)’ ৰ প্ৰতিযোগিতা মূলক " জুনিয়ৰ ৰিচাৰ্চ ফেলশ্বিপ" পৰীক্ষাত মানৱ জ্যোতি বৰ্মনে প্ৰথম স্থান লাভ কৰি (manab jyoti barman of fishery college got first rank ) মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়কো গৌৰৱান্বিত কৰিছে ৷ একেটা পৰীক্ষাতে জাকিৰ হুছেইনে সৰ্বভাৰতীয় পৰ্যায়ত নৱম স্থান লাভ কৰিছে (jakir hussain got ninth rank raha fishery college) ৷

raha fishery college students got top ranks at national level examination
সৰ্বভাৰতীয় পৰ্যায়ত উজলিল ৰহা মীন মহাবিদ্যালয়

মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা দুই মেধাৱী ছাত্ৰক মহাবিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয়ৰ হৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই উষ্ম আদৰণি জনাই (VC facilitated Manab and Jakir) ৷ 2018 চনতো ৰহা মীন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল ৷ 2018 চনৰ পাছত পুনৰ ৰহা মীন মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰথম হোৱাটো অতিশয় আনন্দৰ বিষয় ৷

এই ধাৰা অব্যাহত থাকিলে ৰাজ্যখনৰ লগতে অসমৰ মীন ক্ষেত্ৰত এক নতুন যুগৰ সুচনা হব; অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ডেকাই মুখ্য অতিথিৰ ভাষণত দুই ছাত্ৰক সম্বৰ্ধনা জনাই এইদৰে কয় (new era of raha fishery college has emerged) ৷ মীন মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা কাকলি কাশ্যপে সুৰীয়া কন্ঠ আৰু সাৱলীল শব্দৰে আঁত ধৰা অনুষ্ঠানটিত মীন মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড৹ বিনোদ কলিতা , প্ৰাক্তন বিজ্ঞান গুৰু ড৹ কৃষ্ণ কান্ত কলিতা আৰু খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ পশু আৰু মীন বিষয়ৰ গবেষণা সঞ্চালক ড৹ নিৰঞ্জণ কলিতা বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ৷

লগতে চাওক : Historical content recover : সোণাৰিত আহোম যুগৰ মুদ্ৰাসহ ঐতিহাসিক সমল উদ্ধাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.