- কলিয়াবৰত অজগৰৰ মৃত্যু
- কলিয়াবৰৰ সৰুভগীয়া গাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ চেপাত মৃত্যু হয় এডাল অজগৰৰ
- নিশা কোনো গাড়ীয়ে চেপি থৈ গ'ল প্ৰায় 8 ফুট দৈৰ্ঘ্যৰ অজগৰডাল
- বানৰ ফলত কলঙৰ পৰা নিৰাপদ স্থানলৈ গতি কৰাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয় বুলি অনুমান কৰা হৈছে
কলিয়াবৰত গাড়ীৰ চেপাত অজগৰৰ মৃত্যু - অজগৰৰ মৃত্যু
নিশা কোনো গাড়ীয়ে চেপি থৈ গ'ল প্ৰায় আঠ ফুট দৈৰ্ঘ্যৰ অজগৰডাল
কলিয়াবৰ
- কলিয়াবৰত অজগৰৰ মৃত্যু
- কলিয়াবৰৰ সৰুভগীয়া গাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ চেপাত মৃত্যু হয় এডাল অজগৰৰ
- নিশা কোনো গাড়ীয়ে চেপি থৈ গ'ল প্ৰায় 8 ফুট দৈৰ্ঘ্যৰ অজগৰডাল
- বানৰ ফলত কলঙৰ পৰা নিৰাপদ স্থানলৈ গতি কৰাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয় বুলি অনুমান কৰা হৈছে
Intro:কলিয়াবৰত গাড়ীৰ চেপাত অজগৰৰ মৃত্যুBody:কলিয়াবৰৰ সৰুভগীয়া গাঁৱথ ৩৭ নং ৰাষ্টীয় ঘাই পথত গাড়ীৰ চেপাত অজগৰৰ মৃত্যু। নিশা কোনো গাড়ীয়ে চেপি থৈ গ'ল প্ৰায় আঠ ফুট দৈৰ্ঘৰ অজগৰডাল। পানী বঢ়াত কলঙৰ পৰা নিৰাপদ স্থানলৈ গতি কৰাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয় বুলি থাৱৰ কৰা হৈছে। Conclusion:visuald