বঢ়মপুৰ, 18 জুনঃ গুৰুজনাৰ আদৰ্শৰে প্ৰতিষ্ঠিত শংকৰদেৱ সংঘই সংকীৰ্ণ নিয়মৰ নামত স্বয়ং গুৰুজনাৰ কলা-কৃষ্টি তথা সৃষ্টিৰাজিক অপমান কৰাৰ গুৰুতৰ অভিযোগ উঠিছে বঢ়মপুৰত । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঢ়মপুৰ পাঞ্চজন্য আঞ্চলিক শাখাৰ ভকত-বৈষ্ণৱৰ গৰ্হিত সিদ্ধান্তই মহাপুৰুষ শংকৰদেৱ সংঘৰ ভিতৰ চ'ৰাত যে ধৰ্মীয় অসহিষ্ণুতা তীব্ৰতৰ হৈ উঠিছে তাৰেই প্ৰমাণ দাঙি ধৰিছে । সবিশেষ চাওঁক এই প্ৰতিবেদনত...
অংকীয়া ভাওনাত অভিনয় কৰাৰ বাবে বহিষ্কাৰ আঞ্চলিকৰ সভাপতি - SRIMANTA SANKARDEV SANGHA
বঢ়মপুৰ দৈনিক বজাৰস্থিত সাৰ্বজনীন বিষ্ণু মন্দিৰ প্ৰাংগণ তথা বজাৰ আস্থানত আয়োজিত মহাপুৰুষীয়া আদৰ্শৰে পৰিপুষ্ট ভাওনা "কলিৰ পৰাজয়" নাটকত অভিনয় কৰিবলৈ গৈ বিপদত পৰিছে এগৰাকী প্ৰকৃত শংকৰী শিল্পী তথা সংঘৰ সভাপতি কনকচন্দ্ৰ বৰা । শৈশৱৰ পৰাই শংকৰদেৱৰ সৃষ্টিৰাজিক জীৱনৰ সাধনা হিচাপে লৈ আগবঢ়া এইগৰাকী কনকচন্দ্ৰ বৰাক ভাওনাত অভিনয় কৰাৰ বাবেই আঞ্চলিকৰ সভাপতিৰ পৰা বহিষ্কাৰ কৰা হ'ল৷ ইয়াৰোপৰি ৫ বছৰলৈ প্ৰাথমিক সদস্য হোৱাৰ যোগ্যতা হেৰুৱাৰ উপৰিও নামাচাৰ্য হিচাপে অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি সমগ্ৰ জিলাৰ প্ৰাথমিকে কঠোৰ শাস্তিৰ ফটোৱা জাৰি কৰে। শংকৰদেৱ সংঘৰ এই অবিবেচিত কাণ্ডই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত ৷
অংকীয়া ভাওনাত অভিনয় কৰাৰ বাবে বহিষ্কাৰ আঞ্চলিকৰ সভাপতি
বঢ়মপুৰ, 18 জুনঃ গুৰুজনাৰ আদৰ্শৰে প্ৰতিষ্ঠিত শংকৰদেৱ সংঘই সংকীৰ্ণ নিয়মৰ নামত স্বয়ং গুৰুজনাৰ কলা-কৃষ্টি তথা সৃষ্টিৰাজিক অপমান কৰাৰ গুৰুতৰ অভিযোগ উঠিছে বঢ়মপুৰত । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঢ়মপুৰ পাঞ্চজন্য আঞ্চলিক শাখাৰ ভকত-বৈষ্ণৱৰ গৰ্হিত সিদ্ধান্তই মহাপুৰুষ শংকৰদেৱ সংঘৰ ভিতৰ চ'ৰাত যে ধৰ্মীয় অসহিষ্ণুতা তীব্ৰতৰ হৈ উঠিছে তাৰেই প্ৰমাণ দাঙি ধৰিছে । সবিশেষ চাওঁক এই প্ৰতিবেদনত...
Intro:STORY- পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অবিবেচকী কাণ্ড । সাৰ্বজনীন বিষ্ণু মন্দিৰ প্ৰাঙ্গনত অংকীয়া ভাওনাত অভিনয় কৰাৰ বাবে বিহিলে কঠোৰ শাস্তি । আঞ্চলিকৰ সভাপতিক পদচ্যুত কৰি ৫ বছৰলৈ প্ৰাথমিক সদস্য,নামাচাৰ্য পদৰ পৰাও বহিষ্কাৰ ।
ANCHOR -V/O - শেহতীয়াকৈ শংকৰ সংঘৰ নীতি সংকীৰ্ণতা বিষয়ক বিতৰ্ক চলি থকাৰ মাজতে বঢ়মপুৰতো ঘটা তদ্ৰুপ ঘটনাই চকু কপালত তুলিছে সমগ্ৰ অঞ্চলবাসীৰ ।গুৰুজনাৰ আদৰ্শৰে প্ৰতিষ্ঠিত শংকৰদেৱ সংঘই সংকীৰ্ণ নিয়মৰ নামত স্বয়ং গুৰুজনাৰ কলা-কৃষ্টি তথা সৃষ্টিৰাজিক অপমান কৰাৰ উঠিছে গুৰুতৰ অভিযোগ ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঢ়মপুৰ পাঞ্চজন্য আঞ্চলিক শাখাৰ ভকত - বৈষ্ণৱৰ গৰ্হিত সিদ্ধান্তই মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰ জয়গান গোৱা সংঘৰ ভিতৰ চ'ৰাত যে ধৰ্মীয় অসহিষ্ণুতা তীব্ৰতৰ হৈ উঠিছে তাৰেই প্ৰমাণ দাঙি ধৰে ।
বঢ়মপুৰ দৈনিক বজাৰস্হিত সাৰ্বজনীন বিষ্ণুমন্দিৰৰ প্ৰাঙ্গন তথা বজাৰ আস্হানত আয়োজিত মহাপুৰুষীয়া আদৰ্শৰে পৰিপুষ্ট তথা মহাপুৰুষীয়া পৰম্পৰাৰে এখনি অংকীয়া ভাওনা "কলিৰ পৰাজয়" নাটকত অভিনয় কৰিবলৈ গৈ বিপদত পৰিছে এগৰাকী প্ৰকৃত শংকৰী শিল্পী তথা সংঘৰ সভাপতি কনকচন্দ্ৰ বৰা । কনকচন্দ্ৰ বৰা শৈশৱৰ পৰাই শংকৰদেৱৰ সৃষ্টিৰাজিক জীৱনৰ সাধনা হিচাপে লৈ আগবঢ়া এগৰাকী প্ৰথিতযশা শঙ্কৰীশিল্পী । স্হানীয় ৰাইজৰ একান্ত অনুৰোধক সন্মান জনাই কলিৰ ভাৱত অভিনয় কৰি যেন কলি লগাই ল'লে তেওঁৰ জীৱনত । কেৱল বিষ্ণু মন্দিৰ প্ৰাঙ্গনত (ব্ৰাহ্মণ্যবাদী বুলি ভাবি লোৱা ) অভিনয় কৰাৰ অপৰাধত , সমাজত অৱহেলিত অপমানিত আৰু সামাজিক ভাৱে অপদস্ত হৈ মানসিক ভাৱে ভাগি পৰা শঙ্কৰদেৱৰ একান্ত সাধক শিল্পী গৰাকীয়ে জীয়াই থকাৰ মানসিকতাই হেৰুৱাই পেলাইছে ।
Body: আঞ্চলিকৰ নিৰ্দেশ অনুসৰি প্ৰাথমিক পৰ্যায়ত এবাৰ শাস্তি হিচাপে সংস্কাৰী সেৱা কৰ্ম কৰি সমাজক মান্যতা দি আঠু লৈ নোহোৱা ভূলকো হৈছে বুলি ক্ষমা প্ৰাৰ্থনা কৰাৰ পাছতো পুনৰবাৰ কি কাৰনত আঞ্চলিক সভাপতি পদৰ পৰা পদচ্যুত কৰাই নহয় ৫ বছৰলৈ প্ৰাথমিক সদস্য হোৱাৰ যোগ্যতা হেৰুৱাৰ উপৰিও নামাচাৰ্য হিচাপে অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি সমগ্ৰ জিলাৰ প্ৰাথমিকে প্ৰাথমিকে কঠোৰ শাস্তিৰ ফটোৱা জাৰি কৰি ধৰ্মীয় গোঢ়ামীৰে নিকৃষ্ট নিদৰ্শন দাঙি ধৰিলে সেয়া প্ৰাথমিক গোটৰ মূল বিষয়ববীয়াইও বুজি নাপালে ।
Bite:Kanak bora.
বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam Conclusion: