ETV Bharat / state

বিধ্বস্ত পথত অতিষ্ঠ ৰাইজ - পথ

নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত লুটুমাৰী-যমুনামুখ পথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে অঞ্চল বাসীক । পথচোৱা দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত জ্বলা-কলা খাব লগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে ৷

বিধ্বস্ত পথত অতিষ্ঠ ৰাইজ
author img

By

Published : Aug 9, 2019, 12:54 PM IST

নগাঁও, 9 আগষ্টঃ নগাঁৱৰ লুটুমাৰীত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ ৷ দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত লুটুমাৰী-যমুনামুখ পথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভোগাইছে অঞ্চলবাসীক । পথচোৱা দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত এতিয়া যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ।

বিধ্বস্ত পথত অতিষ্ঠ ৰাইজ

৷চৰকাৰ তথা প্ৰশাসনে পথটো মেৰামতিৰ বাবে প্ৰতি কোনো গুৰুত্ব নোলোৱাত ক্ষুব্ধ হৈ পথচোৱা মেৰামতিৰ দাবীত ভূঁই প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে প্ৰতিবাদী ৰাইজে চৰকাৰ তথা গড়কাপ্তানি বিভাগক পথটো মেৰামতিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।

Intro:নগাঁৱৰ লুটুমাৰীত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত পথত ভুঁই ৰুই ৰাইজৰ প্ৰতিবাদ।

ANCHOR=পথ নহয় যেন পথাৰহে ।নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত লুটুমাৰী - যমুনামুখ পথৰ জৰাজীৰ্ণ অৱস্থাই জিয়াতু ভোগাইছে অঞ্চল বাসীক।পথচোৱা দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত এতিয়া যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে।শুক্ৰবাৰে লুটুমাৰীত ৰাইজে পথচোৱা নিৰ্মাণৰ দাবীত ধৰ্ণা কাৰ্যসূচীৰ লগতে ভূঁই আৰু জাকৈমাৰি অভিনব প্রতিবাদী কাৰ্যসূচী পালন কৰে।ৰাইজৰ অভিযোগ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাস অাৰু গড়কাপ্টানী বিভাগে পথটো নিৰ্মাণৰ বাবে কোনো গুৰুত্বই প্ৰদান কৰা নাই ।

Byte-স্থানীয় ৰাইজ

Body:উল্লেখ যোগ্য যে শীঘ্ৰে প্ৰতিবাদী ৰাইজে চৰকাৰ তথা গড়কাপ্টানী বিভাগক পথটো নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.