ETV Bharat / state

নগাঁৱত আটক কৃষি আইন বিৰোধী প্ৰতিবাদকাৰী - কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইন

কৃষি আইন বাতিলৰ দাবীত নগাঁৱত চি পি আইৰ উত্তাল প্ৰতিবাদ । প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ ।

protesters arrested at nagaon by police
নগাঁৱত আটক কৃষি আইন বিৰোধী প্ৰতিবাদকাৰী
author img

By

Published : Jan 7, 2021, 1:42 PM IST

Updated : Jan 7, 2021, 2:05 PM IST

নগাঁও, 7 জানুৱাৰী : দিল্লীত চলি থকা কৃষক বিদ্রোহক সমৰ্থন জনায় কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত নগাঁৱত বাওঁ দলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । চি আই টি ইউ , ৰাজ্যিক কৃষক সভা, চি পি আইৰ উদ্যোগত বৃহস্পতিবাৰে নগাঁৱৰ ৰাজপথত প্ৰতিবাদী সমদল উলিওৱাৰ লগতে নগাঁও চহৰৰ মূল পথ অৱৰোধ কৰে ।

চৰকাৰ বিৰোধী বিভিন্ন ধ্বনিৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে নগাঁও চহৰৰ ৰাজপথ । পৰৱৰ্তী সময়ত নগাঁও আৰক্ষী উপস্থিত হৈ আটক কৰে কেইবাজনো প্ৰতিবাদকাৰীক । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কোনো কাৰণতে কৃষি আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ।

নগাঁৱত আটক কৃষি আইন বিৰোধী প্ৰতিবাদকাৰী

উল্লেখ্য যে, যোৱা নৱেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে দেশত অবিৰতভাৱে চলি আছে কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ ৷ বৰ্তমানলৈকে বহু কৃষকে প্ৰাণ হেৰুৱাইছে এই প্ৰতিবাদত ৷ কিন্তু তৎস্বত্বেও কৃষকৰ দাবীক মানি ল’ব খোজা নাই চৰকাৰ পক্ষই ৷

লগতে পঢ়ক : চোৰাংচোৱাৰ বিস্ফোৰক তথ্য : অল-কায়েদাত যোগ দিছে শতাধিক ভাৰতীয় যুৱকে !

Last Updated : Jan 7, 2021, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.