ETV Bharat / state

বাৰপূজীয়াত কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ

author img

By

Published : Dec 8, 2020, 9:12 PM IST

কৃষি আইনৰ বিৰোধিতাৰে মঙলবাৰে সমগ্ৰ দেশজুৰি কৃষক সমাজে ঘোষণা কৰা ভাৰত বন্ধৰ প্ৰভাৱ দেখা পোৱা গ'ল অসমতো ৷ ভাৰত বন্ধৰ সমৰ্থনত তথা কৃষি আইন প্ৰত্যাহাৰৰ দাবীত ৰহাৰ বাৰপূজীয়াতো প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে ৷

protest-against-farmer-bill-in-raha
বাৰপূজীয়াত কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ

ৰহা,8 ডিচেম্বৰ : কৃষি আইন প্ৰত্যাহাৰৰ দাবীত মংগলবাৰে প্ৰতিবাদী কৃষক সমাজে ভাৰত বন্ধৰ আহ্বান জনাইছিল । তাৰ পাছতে দেশৰ বিভিন্ন ৰাজনৈতিক দল, সংগঠনে কৃষকৰ এই বন্ধক সম্পূৰ্ণ সমৰ্থন জনায় ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত বন্ধৰ সমৰ্থনত তথা কৃষি আইন প্ৰত্যাহাৰৰ দাবীত ৰহাৰ বাৰপূজীয়াতো প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে ৷

কেন্দ্ৰীয় চৰকাৰৰ তিনিখনকৈ কৃষি বিধেয়কক শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰি চিপিআই(এম-এল),প্ৰগতিশীল নাৰীসন্থা,এ আই চি চি টি ইউৰ নেত্ৰীবৃন্দই বিভিন্ন শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষকক সুৰক্ষা দিব নোৱাৰা চৰকাৰখনৰ পৰা প্ৰধান মন্ত্ৰী মোদীক পদত্যাগ কৰাৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: ৰাজ্যজুৰি ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.