ETV Bharat / state

তৰুণ গগৈৰ আত্মাৰ সদগতিৰ বাবে নগাঁৱত কংগ্ৰেছৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা

author img

By

Published : Dec 18, 2020, 10:05 PM IST

তৰুণ গগৈৰ আত্মাৰ সদগতিৰ বাবে নগাঁৱত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত ৷ উপস্থিত কংগ্ৰেছী নেতাকৰ্মীৰ লগতে গুণমুগ্ধ ৷

Prayer Meeting of the Congress at Nagaon for the soul of tarun Gogoi
তৰুণ গগৈৰ আত্মাৰ সদগতিৰ বাবে নগাঁৱত কংগ্ৰেছৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা

চামগুৰি, 18 ডিচেম্বৰ : সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মাৰ সদগতিৰ বাবে নগাঁৱত শুকুৰবাৰে এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয় । নগাঁও পৌৰ, খাগৰিজান আৰু পাখিমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত শ্বহীদ ভৱনত অনুষ্ঠিত হয় প্ৰাৰ্থনা সভাখন ৷

শ্বহীদ ভৱনত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত যুৱ কংগ্ৰেছ, এন এছ ইউ আইৰ লগতে মহিলা কংগ্ৰেছে সহযোগিতা আগবঢ়ায় । উল্লেখ্য যে, সদ্য প্ৰয়াত প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈৰ অস্থি জিলাই জিলাই শ্ৰদ্ধাঞ্জলি জনায় বিসৰ্জন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ সৈতে সংগতি ৰাখি কংগ্ৰেছ দলে আৰম্ভ কৰিছে শান্তি সদ্ভাৱনা যাত্ৰা ৷

লগতে পঢ়ক : অসম-নগালেণ্ড সীমান্ত পৰিদর্শন অসম বিধান সভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.