ETV Bharat / state

নিৰ্বাচনৰ বাবে সাজু কলিয়াবৰ প্ৰশাসন - polling

89 নং কলিয়াবৰ বিধানসভা সমষ্টিত ইতিমধ্যে যাৱতীয় কাম কাজৰ উপৰিও কাৰিকৰীভাৱেও সাজু হৈ উঠিছে বিষয়া-কৰ্মচাৰী । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে মহকুমাধিপতি কাৰ্যালয়ত অস্থায়ীভাৱে সাজি উলিওৱা হয় ভোট গ্ৰহণ কেন্দ্ৰ ৷

নিৰ্বাচনৰ বাবে সাজু কলিয়াবৰ প্ৰশাসন
author img

By

Published : Apr 7, 2019, 12:28 PM IST

নগাঁও, 7 এপ্ৰিলঃ কলিয়াবৰ মহকুমা প্ৰশাসন ক্ৰমাৎ সাজু হৈ উঠিছে 11 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে । 89 নং বিধান সভা সমষ্টিত ইতিমধ্যে যাৱতীয় কাম কাজৰ উপৰিও কাৰিকৰীভাৱেও সাজু হৈ উঠিছে বিষয়া-কৰ্মচাৰী । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে মহকুমাধিপতি কাৰ্যালয়ত অস্থায়ীভাৱে সাজি উলিওৱা হয় ভোট গ্ৰহণ কেন্দ্ৰ । কেন্দ্ৰটোত ভোট দান আৰু ভোট গ্ৰহণৰ এক আখৰা কাৰ্যসূচী সম্পন্ন হয় । মুঠ 190 টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে সমগ্ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াটো সুকলমে পৰিচালনা কৰিবলৈ লোৱা যাৱতীয় ব্যৱস্থাৰ বিষয়ে কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগে অৱগত কৰে ।

Intro:কলিয়াবৰত ১১ তাৰিখৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য‍্যায়ৰ ভোটগ্ৰহণ
কলিয়াবৰ মহকুমা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু
মহকুমাধিপতি কাৰ্য‍্যালয়ত ভোটাৰ ৰাইজৰ সুবিধাৰ্থে ম'ক প'লৰ ব‍্যৱস্থাBody:কলিয়াবৰ মহকুমা প্ৰশাসন ক্ৰমাৎ সাজু হৈ উঠিছে অহা ১১ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্য‍্যায়ৰ ভোটগ্ৰহণৰ বাবে। ৮৯ নং বিধান সভা সমষ্টিত ইতিমধ‍্যে যাৱতীয় কাম কাজৰ উপৰিও কাৰিকৰীভাবেও সাজু হৈ উঠিছে বিষয়া-কৰ্মচাৰী। সেই লৈ শণিবাৰে মহকুমাধিপতি কাৰ্য‍্যালয়ত অস্থায়ীভাৱে সাজি উলিওৱা ভোট গ্ৰহণ কেন্দ্ৰ। কেন্দ্ৰটোত ভোট দান আৰু ভোট গ্ৰহণৰ এক আখৰা কাৰ্য‍্যসূচী সম্পন্ন হয়। মুঠ ১৯০ টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে সমগ্ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াটো সুকলমে পৰিচালনা কৰিবলৈ লোৱা যাৱতীয় ব‍্যৱস্থাৰ বিষয়ে কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগে অবগত কৰে।Conclusion:Visuals/Bites
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.