ETV Bharat / state

কলিয়াবৰত আটক চোৰাং চিকাৰী - assam news

মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চোৰাং চিকাৰীটো । আমনিৰ পৰা মশ্ৰুফ আলি ওৰফে মামাক গ্ৰেপ্তাৰ ৷

কলিয়াবৰত আটক চোৰাং চিকাৰী
author img

By

Published : Jun 9, 2019, 4:58 PM IST

নগাঁও, 9 জুন: কলিয়াবৰ আৰক্ষীৰ জালত পৰিল আন এক গঁড় চোৰাং চিকাৰী আৰু অবৈধ মাৰণাস্ত্ৰ ব্যৱসায়ী ৷ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চোৰাং চিকাৰীটো । আমনিৰ পৰা মশ্ৰুফ আলি ওৰফে মামাক এক অভিযানত গ্ৰেপ্তাৰ কৰা হয় । দেওবাৰে দুপৰীয়া প্ৰায় 12 বজাত আটক কৰা হয় এই চোৰাং চিকাৰীটো ।

কলিয়াবৰত আটক চোৰাং চিকাৰী

আৰু পঢ়কঃ-কলিয়াবৰ আৰক্ষীৰ জালত চোৰাং চিকাৰী

শিৱসাগৰৰ হালোৱাটিঙৰ পৰা বাছেৰে নগাঁৱলৈ আহি থকা অৱস্থাত আমনিৰ পৰা গ্ৰেপ্তাৰ কৰে মহকুমা আৰক্ষী বিষয়াই । গঁড় হত্যা, নাগালেণ্ডৰ পৰা অবৈধ মাৰণ-অস্ত্ৰ সৰবৰাহৰ লগতে গঁড়ৰ খড়গ ডিমাপুৰত বিক্ৰী কৰি আহিছিল আটকাধীন মশ্ৰুফে ।

Intro:কলিয়াবৰ আৰক্ষীৰ বৃহৎ সফলতা

এইবাৰ আৰক্ষীৰ জালত পৰিল আন এক গঁড়ৰ চোৰাং চিকাৰী আৰু অবৈধ মাৰণ অস্ত্ৰ ব‍্যৱসায়ী
Body:মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত গ্ৰেপ্তাৰ এটা চোৰাং চিকাৰী। আমনিৰ পৰা মশ্ৰুফ আলি ওৰফে মামাক গ্ৰেপ্তাৰ। দেওবাৰে দুপৰীয়া প্ৰায় ১২ বজাত আটক চোৰাং চিকাৰীটো। শিৱসাগৰৰ হালোৱাটিঙৰ পৰা এখন বাছেৰে নগাঁৱলৈ বুলি বাছেৰে আহি থকা অৱস্থাত আমনিৰ পৰা গ্ৰেপ্তাৰ কৰে মহকুমা আৰক্ষী বিষয়াই। গড়ঁ হত্যাৰ বাবে নগালেণ্ডৰ পৰা অবৈধ মাৰণ-অস্ত্ৰ সৰবৰাহৰ লগতে গড়ঁৰ খড়্গ বিক্ৰী ডিমাপুৰত কৰি আহিছিল গ্ৰেপ্তাৰাধীন মশ্ৰুফ‌।Conclusion:photo

Detail will be sent soon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.