ETV Bharat / state

ভানুৱে হায়দাৰাবাদত জীয়েকৰ বিয়া পাতি পাৰ্টী নিদিলে অসমত - পিয়ুষ হাজৰিকা

হাইদাৰাবাদত ছোৱালীৰ বিয়া পাতিবলৈ অসমৰ পৰা নিয়া হৈছিল দুই ট্ৰাক বাঁহ , কিন্তু হায়দৰাবাদৰ পৰা আমি একো আনিব নোৱাৰো ৷ ইফালে কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু এম জি ভিকে ভানুৱে অসমীয়া ভালদৰে ক'ব নোৱাৰে বুলিও কটাক্ষ কৰে পিয়ুষ হাজৰিকাই ৷

ভানুৱে হায়দাৰাবাদত জীয়েকৰ বিয়া পাতি পাৰ্টী নিদিলে অসমতঃ পিয়ুজ
author img

By

Published : Mar 27, 2019, 10:01 PM IST

নগাঁও, 27 মাৰ্চঃ "ভানুৱে হায়দাৰাবাদত জীয়েকৰ বিয়া পাতি পাৰ্টী নিদিলে অসমত"- তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী এম জি ভি কে ভানুক সমালোচনা কৰিবলৈ গৈ সাংবাদিকৰ আগত এই মন্তব্য কৰে বৰ্তমান অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ লগতে তেওঁ যে, হাইদাৰাবাদত ছোৱালীৰ বিয়া পাতিবলৈ অসমৰ পৰা দুই ট্ৰাক বাঁহ অসমৰ পৰা নিছে, কিন্তু হায়দৰাবাদৰ পৰা একো আনিব নোৱাৰে বুলি কয় বিজেপিৰ নেতা গৰাকীয়ে ৷

ভানুৱে হায়দাৰাবাদত জীয়েকৰ বিয়া পাতি পাৰ্টী নিদিলে অসমতঃ পিয়ুজ

ইফালে কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু এম জি ভিকে ভানুৱে অসমীয়া ভালদৰে ক'ব নোৱাৰে কটাক্ষ কৰে পিয়ুজ হাজৰিকাই ৷

Intro:এম জি কে ভানু আৰু গৌৰৱ গগৈয়ে কব নোৱাৰে শুদ্ধ অসমীয়া। অসমৰ পৰা বাঁহ নি হাইদৰাবাদত কন্যাৰ বিয়াৰ অভ্যৰ্থনা পাতে ভানুৱে। নগাঁৱত মন্তব্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ।

Body:তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি কে ভানু আৰু কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি ললে মন্ত্ৰী পিয়ুষ হাজৰিকাই। বুধবাৰে নগাঁৱত মন্ত্ৰী পিয়ুষ হাজাৰিকাই ভানু আৰু গৌৰৱ গগৈক সমালোচনা কৰি সংবাদ মাধ্যমৰ সন্মুখত পিয়ুষ হাজৰিকাৰ মন্তব্য। ভানু আৰু গৌৰৱে শুদ্ধকৈ কব নোৱাৰে । বিলাসী জীৱন অতিবাহিত কৰা ভানুৱে এন চি হিলছৰ পৰা বাঁহ নি হাইদৰাবাদত আয়োজন কৰিছিল কন্যাৰ বিয়াৰ অভ্যৰ্থনা।
bite, পিয়ুষ
-----------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৭-৩-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.