ETV Bharat / state

কলিয়াবৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত চেনিটাইজেচনৰ ব্যৱস্থা - covid-19 update at kaliabor

কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে কলিয়াবৰৰ বাণিজ্যিক স্থান সমূহত কৰিছে চেনিটাইজেচনৰ ব্যৱস্থা ৷ আনহাতে, কলিয়াবৰত তিনিটাকৈ কণ্টেইনমেন্ট জ'ন ঘোষণা কৰা হৈছে ৷

কলিয়াবৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত চেনিটাইজেচনৰ ব্যৱস্থা

author img

By

Published : May 20, 2021, 10:26 PM IST

কলিয়াবৰ, 20 মে’: কলিয়াবৰত বৃদ্ধি পোৱা কৰ'ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক উল্লেখনীয় পদক্ষেপ ৷ বৃহস্পতিবাৰৰে পৰা কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে কলিয়াবৰৰ বাণিজ্যিক স্থান সমূহত চেনিটাইজেচনৰ ব্যৱস্থা কৰিছে । কলিয়াবৰত ক’ভিড-১৯ৰ গণ সংক্ৰমণৰ আংশকা কৰা হৈছে ।

কলিয়াবৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত চেনিটাইজেচনৰ ব্যৱস্থা

জানিব পৰা মতে, কলিয়াবৰত তিনিটাকৈ কণ্টেইনমেন্ট জ'ন ঘোষণা কৰা হৈছে ৷ আনহাতে, নতুনকৈ চাৰিজন ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে । সম্প্ৰতি কলিয়াবৰত ৭০৫ গৰাকী ৰোগী কৰ’ণাত আক্ৰান্ত হৈছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে দুপৰীয়াৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কলিয়াবৰ সংমণ্ডলে কলিয়াবৰৰ বিভিন্ন এলেকাত চেনিটাইজেচন আৰম্ভ কৰিছে । বুধবাৰৰ দিনটোত জখলাবন্ধাতো বাণিজ্যিক স্থান সমূহত কৰা হয় চেনিটাইজেচন ।

লগতে পঢ়ক : মৃত্যুঞ্জয় 108 এম্বুলেঞ্চতে প্ৰাণ হেৰুৱালে ক'ভিড আক্ৰান্তই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.