ETV Bharat / state

SI Exam Question Paper Viral : এজন যুৱকক আটক কামপুৰ আৰক্ষীৰ

author img

By

Published : Apr 26, 2022, 8:42 AM IST

এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল(Assam police SI Exam Question Paper Viral) সন্দৰ্ভত এজনক আটক ৷ কামপুৰ আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক ৷ যুৱকজনে মালিগাঁৱৰ ললিত চন্দ্ৰ ভড়ালী মহাবিদ্যালয়ৰ পৰা এই আৰক্ষীৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰা বুলি আৰক্ষীৰ আগত সদৰি কৰে ৷

one-person-detained-by-kampur-police-for-involvement-in-viral-si-exam-question-paper
এজন যুৱকক আটক কামপুৰ আৰক্ষীৰ

বঢ়মপুৰ, 26 এপ্ৰিল : দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা ৷ পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে পৰীক্ষাৰ প্ৰশ্নকাকত (Assam police SI Exam Question Paper Viral) ৷

তাৎপৰ্যপূৰ্ণ যে, পৰীক্ষা হলৰ পৰা বাহিৰলৈ প্ৰশ্নকাকত নিয়াত আৰোপ কৰা হৈছিল বাধা ৷ এই ঘটনা সন্দৰ্ভত জড়িতৰ সন্দেহত কামপুৰ আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক(One person detained for involvement in viral SI exam question paper) ৷ কামপুৰ আৰক্ষীয়ে আটক কৰা যুৱকজন চাংচকীৰ পিণ্টু গোঁহাই বুলি জানিব পৰা গৈছে ৷

আৰক্ষীয়ে যুৱকজনক আটক কৰাৰ পাছত প্ৰশ্নকাকত ফাদিল সম্পৰ্কে অব্যাহত ৰাখিছে সোধ-পোচ ৷ সোধ-পোচৰ অন্তত যুৱকজনে মালিগাঁৱৰ ললিত চন্দ্ৰ ভড়ালী মহাবিদ্যালয়ৰ পৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰিছিল বুলি সদৰি কৰে ৷ বৰ্তমান কামপুৰ আৰক্ষীৰ জিম্মাত আছে যুৱকজন ৷

লগতে চাওক: SI Exam Question Paper Viral: ছেবাৰ মতে পৰীক্ষাৰ পাছত প্ৰশ্নকাকত ভাইৰেল হোৱাটো সাধাৰণ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.