ETV Bharat / state

কামপুৰৰ আৰক্ষীৰ জালত কিশোৰী হত্যাকাৰী

সুদীৰ্ঘ 6 মাহৰ অন্তত আৰক্ষীৰ জালত পৰিল 14 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যাকৰা এক অভিযুক্তক ৷

author img

By

Published : Nov 24, 2019, 12:51 PM IST

কামপুৰৰ আৰক্ষীৰ জালত কিশোৰী হত্যাকাৰী

বঢ়মপুৰ, 24 নৱেম্বৰঃ কামপুৰ আৰক্ষীৰ জালত 14 বছৰীয়া কিশোৰী হত্যাকাৰী ৷ ধৃত হত্যাটোৰ নাম খলিল উদ্দিন ৷

উল্লেখযোগ্য যে, কামপুৰৰ কাকতি গাঁৱৰ ১৪ বছৰীয়া কচুমা বেগম নামৰ কিশোৰী গৰাকীক প্ৰেম কৰাৰ চলৰে ফুচুলাই লৈ গৈছিল খলিল উদ্দিন নামৰ যুৱকজনে । পিছত তিন দিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱতী গৰাকীক পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰে যদিও কোনো উৱাদিহ উলিয়াব নোৱাৰে । পৰৱৰ্তী সময়ত কাকতি গাৱঁৰ বৰুৱাবালি পথাৰৰ মাজত থকা এটা ঘৰৰ পৰা কচুমা বেগমৰ মৃতদেহ উদ্ধাৰ হয় ।

কামপুৰৰ আৰক্ষীৰ জালত কিশোৰী হত্যাকাৰী

আনহাতে কচুমা বেগমৰ পৰিয়ালৰ অভিযোগ অনুসৰি কচুমাক ধৰ্ষন কৰি হত্যা কৰে খলিল উদ্দিনে ৷ ঘটনাটি সংঘটিত কৰাৰ পাছৰে পৰাই পলায় আছিল হত্যাকাৰী খলিল উদ্দিন ৷ পৰিয়ালক ঘটনা সন্দৰ্ভত খলিল উদ্দিনৰ বিৰুদ্ধে ৰুজু কৰে এটা গোচৰ ৷ আৰক্ষীয়ে এক গোপনসূত্ৰৰ পম খেদি নিশা ৰূপহী বেলতলিত আশ্ৰয় লৈ থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় হত্যাকাৰী খলিল উদ্দিনক ৷ ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনাৰ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷

Intro:বঢ়মপুৰৰ কামপুৰ আৰক্ষীৰ জালত পলাতক হত্যাকাৰী ৷ধৃত হত্যাকাৰীটো কাকতি গাঁৱৰ খলিল উদ্দিন ৷

ANCHOR =কামপুৰ আৰক্ষীৰ জালত পলাতক হত্যাকাৰী ৷বিগত ৬ মাহে আত্মগোপন কৰি থকা ধৃত হত্যাকাৰীটো কাকতি গাঁৱৰ খলিল উদ্দিন ৷ উল্লেখযোগ্য যে যোৱা ১১মে'ত কাকতি গাঁৱৰে ১৪ বছৰীয়া কচুমা বেগম নামৰ যুৱতী গৰাকীক ভাল পোৱাৰ চলৰে ফুচুলাই লৈ গৈছিল খলিল উদ্দিন নামৰ যুৱকজনে। পিছত তিন দিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকা কচুমা বেগম নামৰ যুৱতী গৰাকীক পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰে যদিও কোনো উৱাদিহ উলিয়াব নোৱাৰে। পৰৰ্বতী সময়ত ১৫ মেৰ দিনা কাকতি গাৱঁৰ বৰুৱাবালি পথাৰৰ মাজৰ এটা ঘৰত কচুমা বেগমৰ মৃতদেহ উদ্ধাৰ হয়।কচুমা বেগমৰ পৰিয়ালৰ অভিযোগ কচুমাক ধৰ্ষন কৰি হত্যা কৰিছিল খলিল উদ্দিনে ৷ তাৰ পাছৰ পৰাই পলাই আছিল হত্যাকাৰী খলিল উদ্দিন ৷ইয়াৰ পিছৰ পৰাই কামপুৰ আৰক্ষীয়ে হত্যাকাৰী খলিল উদ্দিনক বিচাৰি অভিযান চলাই আহিছিল।শণিবাৰে আৰক্ষীয়ে গোপনসূত্ৰৰ পম খেদি নিশা ৰূপহী বেলতলিত আশ্ৰয় লৈ থকা অৱস্থাত আটক কৰে হত্যাকাৰী খলিল উদ্দিনক ৷বৰ্তমানে কামপুৰ আৰক্ষীয়ে এই ঘটনা লগত আৰু লোক জঢ়িতৰ থকা সন্দেহত জেৰা অব্যাহত ৰাখিছে ।

Byte= আৰক্ষী, পৰিয়ালৰ লোক ।

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.