ETV Bharat / state

Nagaon Police Arrest Arms Supplier: মাৰণাস্ত্ৰ সহ আটক সৰবৰাহকাৰী

author img

By

Published : Dec 4, 2021, 7:14 PM IST

নগাঁও আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে আন এক সফলতা । শনিবাৰে গোপন সূত্ৰৰ পম খেদি এটা মাৰণাস্ত্ৰ সৰবৰাহকাৰীক আটক কৰে নগাঁও আৰক্ষী(Nagaon Police)য়ে ৷

One Arrested with Illegal Weapons
মাৰণাস্ত্ৰ সহ এটা সৰবৰাহকাৰীক আটক নগাঁও আৰক্ষীৰ

নগাঁও, 4 ডিচেম্বৰ : অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে সদা সষ্টম নগাঁও আৰক্ষী (Nagaon Police)য়ে লাভ কৰিবলৈ সক্ষম হৈছে আন এক সফলতা । শনিবাৰে গোপন সূত্ৰৰ পম খেদি এটা মাৰণাস্ত্ৰ সৰবৰাহকাৰীক আটক কৰে নগাঁও আৰক্ষীয়ে (Nagaon Police Arrest arms Supplier) ৷

নাগালেণ্ডৰ পঞ্জীয়নভুক্ত এখন বাহন আহি আছিল ধৃত যুৱকজন ৷ সৰবৰাহকাৰীটোৰ নাম নাগালেণ্ডৰ চুগাছন নাইটে ৷ সৰবৰাহকাৰীটোৰ পৰা এটা .32 পিষ্টল জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে সদৰী কৰা মতে, পিষ্টলটো বিক্ৰীৰ বাবে পৰিকল্পনা কৰি আছিল সৰবৰাহকাৰীটোৱে ৷

নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক তৃদীপ কুম্বাঙৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই নাগালেণ্ডত পঞ্জীয়নভুক্ত স্কুটিসহ নগা অস্ত্ৰ সৰবৰাহকাৰী জনক আটক কৰিবলৈ সক্ষম হয় (One Arrested with Illegal Weapons)। ধৃত নগা যুৱকজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: Propaganda Against Akhil: শিৱসাগৰ টাউনত হোৱা উচ্ছেদৰ লগত জড়িত অখিল গগৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.