ETV Bharat / state

মহকুমাধিপতিৰ কাৰ্যালয়ৰ ভিতৰতে দুই ফৈদৰ মাজত ভয়ানক মাৰপিট

নগাঁৱৰ কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ ভিতৰত এন আৰ চিৰ লিগেচী ডাটা ব্যৱহাৰক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হয় মাৰপিট

author img

By

Published : Aug 1, 2019, 11:27 PM IST

মহকুমাধিপতিৰ কাৰ্যালয়ৰ ভিতৰতে দুই ফৈদৰ মাজত ভয়ানক মাৰপিট

নগাঁও, 1 আগষ্টঃ বৃহস্পতিবাৰে নগাঁৱৰ কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ ভিতৰত এন আৰ চিৰ লিগেচী ডাটা ব্যৱহাৰক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ ঘটনা অনুসৰি, চামগুৰিৰ শিৱস্থানৰ হাজী দাইৰেজ আলী নামৰ এজন লোকৰ লিগেচী নথি পত্ৰ অন্য এটা পৰিয়ালে ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছিল দাইৰেজ আলীৰ পুত্ৰ ছিদ্দিক অলীয়ে ৷ এই অভিযোগ সন্দৰ্ভত বৃহস্পতিবাৰে কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত হাজী দাইৰেজ আলী আৰু তেওঁৰ পৰিয়াল উপস্থিত হোৱাৰ পিছতেই কাৰ্যালয় চৌহদৰ ভিতৰতে তেওঁলোকক লিগেচী নথি পত্ৰ ব্যৱহাৰ কৰা চক্ৰটোৱে আক্ৰমণ কৰে ৷

ইতিমধ্যে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াসহ কলিয়াবৰ আৰক্ষী চকীৰ পৰিদৰ্শকে ঘটনাস্থলীত উপস্থিত হৈ নজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ইফালে এই আক্ৰমণত গুৰুতৰভাৱে আহত ছিদ্দিক আলী আৰু দুই পুত্ৰ আজগৰ আলী আৰু ইশ্চাক আলী সম্প্ৰতি নগাওঁ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । উল্লেখযোগ্য যে, ছিদ্দিক আলীৰ পৰিয়ালৰ সৈতে আক্ৰমণ কৰা দলটোৰ দীৰ্ঘদিনৰ পৰা চলি আহিছিল ভূমি বিবাদ

Intro:কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্য্যালয় চৌহদত মাৰপিটৰ ঘটনা। এন আৰ চি ৰ লিগেচী ব্যৱহাৰক লৈ মাৰপিটৰ অভিযোগ ।

Body:নগাঁৱৰ কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ ভিতৰতে বৃহস্পতিবাৰে সংঘটিত হয় মাৰপিটৰ ঘটনা। এন আৰ চি ত লিগেচী ব্যৱহাৰক কেন্দ্ৰ কৰিয়েই মাৰপিট সংঘটিত হোৱাৰ অভিযোগ উত্থাপন। । চামুগুৰিৰ শিৱস্থানৰ হাজী দাইৰেজ আলী নামৰ এজন লোকৰ লিগেচী অইন এটা পৰিয়ালে ব্যৱহাৰ কৰাৰ অভিযোগ দাখিল কৰিছিল দাইৰেজ আলীৰ পুত্ৰ ছিদ্দিক অলীয়ে। এই অভিযোগ সন্দৰ্ভত বৃহস্পতিবাৰে কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ত উপস্থিত হোৱাৰ পিছতেই কাৰ্য্যালয় চৌহদৰ ভিতৰতে চক্ৰটোৱে আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত ছিদ্দিক আলী সম্প্ৰতি নগাওঁ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে ছিদ্দিক আলীৰ পৰিয়ালৰ সৈতে আক্ৰমণ কৰা দলটোৰ দীৰ্ঘদিনৰ পৰা চলি আহিছিল ভূমি বিবাদ।
bite.
--------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১-৮-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.