ETV Bharat / state

নগাঁৱত এতিয়াৰে পৰা দুচকীয়া বাহনত ভৰাব নোৱাৰিব তেল !

নগাওঁ জিলা পথ সুৰক্ষা কমিটিত লোৱা প্ৰস্তাৱ অনুসৰি হেলমেট আৰু মাস্ক পৰিধান নকৰা দুচকীয়া বাহনৰ চালক সকলক তেল প্ৰদান নকৰিবলৈ জিলাখনৰ তেল ডিপোৰ স্বত্বাধিকাৰী সকলক এক আদেশ যোগে নিৰ্দেশ জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে ।

author img

By

Published : Dec 3, 2020, 7:29 PM IST

no helmet no mask then no oil_at nagaon
নগাঁৱত এতিয়াৰে পৰা দুচকীয়া বাহনত ভৰাব নোৱাৰিব তেল !

নগাঁও, 3 ডিচেম্বৰঃ এতিয়াৰ পৰা নগাঁৱৰ পেট্ৰল পাম্পত আপুনি দুচকীয়া বাহনৰ বাবে তেল নাপাবও পাৰে । ডিপোৰ কৰ্মচাৰীয়ে আপোনাক ভৰাই নিদিবও পাৰে দুচকীয়া বাহনৰ বাবে তেল । কাৰণ মাস্ক আৰু হেলমেট পৰিধানৰ ক্ষেত্ৰত পুনৰ কঠোৰ হৈছে নগাঁও জিলা প্ৰশাসন ।

এতিয়াৰ পৰা মাস্ক আৰু হেলমেট পৰিধান নকৰিলে নগাঁৱত দুচকীয়া বাহনত ভৰাব নোৱাৰিব তেল । নগাওঁ জিলা পথ সুৰক্ষা কমিটিত লোৱা প্ৰস্তাৱ অনুসৰি হেলমেট আৰু মাস্ক পৰিধান নকৰা দুচকীয়া বাহনৰ চালক সকলক তেল প্ৰদান নকৰিবলৈ জিলাখনৰ তেল ডিপোৰ স্বত্বাধিকাৰী সকলক এক আদেশ যোগে নিৰ্দেশ জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে । বৃহস্পতিবাৰে নগাঁৱৰ অতিৰিক্ত উপায়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা । নগাঁও জিলা জনসংযোগ বিষয়াই এক বিবৃতিৰ যোগে জনালে নিৰ্দেশনাৰ বিষয়ে ।

লগতে পঢ়কঃ চৰকাৰে প্ৰতিবন্ধীসকলক মাহী আইৰ দৃষ্টিৰে চাই আহিছেঃনৃপেন মালাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.