ETV Bharat / state

কামপুৰত ৰে'ল বিভাগৰ মইমতালি

author img

By

Published : Sep 12, 2019, 5:08 PM IST

কামপুৰ ৰে'ল পথ নিৰ্মাণৰ কাম চলি থকাৰ বাবে ৰে'ল বিভাগে গছ ডাল কাটি আছিল । কিন্তু গছ কাটিবলৈ কোনো অনুমতি লোৱা নাছিল ৰে'ল বিভাগে

কামপুৰত ৰে'ল বিভাগৰ মইমতালী

নগাঁও, 12 চেপ্তেম্বৰঃ কামপুৰত ৰে'ল বিভাগৰ মইমতালি । বন বিভাগৰ অনুমতি নোলোৱাকৈ কাটিলে কামপুৰৰ ঐতিহ্য বহন কৰা বট গছ । প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াৰ তৎপৰতাত বন বিভাগে বন্ধ কৰি দিলে গছ কটা কাৰ্য ।
উল্লেখ্য যে, কামপুৰ ৰে'ল পথ নিৰ্মাণৰ কাম চলি থকাৰ বাবে ৰে'ল বিভাগে গছ ডাল কাটি আছিল । কিন্তু গছ কাটিবলৈ কোনো অনুমতি লোৱা নাছিল ৰে'ল বিভাগে ৷ যাৰ বাবে বন বিভাগে বন্ধ কৰি দিয়ে গছ কটা কাৰ্য ।

কামপুৰত ৰে'ল বিভাগৰ মইমতালী

আনহাতে, কামপুৰৰ ঐতিহ্য বহন কৰি থকা পুৰণি বট গছ জোপা নকটাকৈ ৰে'ল বিভাগক প্লেটফৰ্ম নিৰ্মাণ কৰিবলৈ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াই ৷

Intro:কামপুৰত ৰে'ল বিভাগৰ মইমতালী।বন বিভাগৰ অনুমতি নোলোৱাকৈ কাটিলে কামপুৰৰ ঐতিহ্য বহন কৰা বট গছ।প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াৰ তৎপৰতাত বন বিভাগে বন্ধ কৰি দিলে গছ কাটা কাৰ্য।
Vo-কামপুৰৰ বজাৰৰ মাজমজিয়াত থকা এডাল বট গছ ৰে'ল বিভাগে মইমতালী কৰি কাটি থকা অৱস্থাত বাধা প্ৰদান কৰিলে কামপুৰৰ প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াৰ লগতে বন বিভাগে।কামপুৰ ৰে'ল পথ নিৰ্মাণৰ কাম চলি থকাৰ বাবে ৰে'ল বিভাগে গছ ডাল কাটি আছিল।ৰে'ল বিভাগে গছ ডাল কাটিবলৈ বন বিভাগৰ কোনো অনুমতি নোলোৱাৰ বাবে বনবিভাগে বন্ধ কৰি দিয়ে গছ কটা কাৰ্য। ইফালে কামপুৰৰ ঐতিহ্য বহন কৰি থকা পুৰণি বট গছ জোপা নকটাকৈ ৰে'ল বিভাগক প্লেটফৰ্ম নিৰ্মাণ কৰিবলৈ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াই

Body:BYTE-বন কৰ্মী
প্ৰকৃতিপ্ৰেমী।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.