ETV Bharat / state

নগাঁৱত মহিলাসহ জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ

author img

By

Published : Oct 11, 2019, 11:58 PM IST

নগাঁৱত পুনৰ জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ । ড্ৰাগছ ব্যৱসায়ত জড়িত মহিলাও আৰক্ষীৰ জালত ।

নগাঁৱত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ আটক ব্যৱসায়ী

নগাঁও,11 অক্টোবৰঃ নগাওঁ আৰক্ষীয়ে অভিযান চলাই পুনৰ জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ । নিচাজাতীয় ঔষধৰ ব্যৱসায়ত জড়িত মহিলাসহ এজন জালত পৰিছে নগাওঁ আৰক্ষীৰ । নগাওঁ আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শুক্ৰবাৰে সন্ধিয়া অভিযান চলাই নগাঁৱৰ বৰভেটিত । অভিযানত আৰক্ষীয়ে জাকিৰ হুছেইনৰ ঘৰৰ পৰা জব্দ কৰে লক্ষাধিক টকাৰ নিচাজাতীয় ঔষধ । দীৰ্ঘদিনৰ পৰা নিচাজাতীয় ঔষধৰ ব্যৱসায় চলাই অহা জাকিৰ হুছেইনৰ সৈতে মামণি বেগম নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে জড়িত থকাৰ অভিযোগ উঠি আহিছিল । আৰক্ষীয়ে চলোৱা অভিযানত জাকিৰ হুছেইনৰ লগতে মামণি বেগমকো আটক কৰিবলৈ সক্ষম হয় ।

নগাঁৱত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ আটক ব্যৱসায়ী

আৰু পঢ়ক

Intro:নগাঁৱত পুনৰ জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ। ড্ৰাগছ ব্যৱসায়ত জড়িত মহিলাও আৰক্ষীৰ জালত।

Body:নগাওঁ আৰক্ষীয়ে অভিযান চলাই পুনৰ জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ। নিচাজাতীয় ঔষধৰ ব্যৱসায়ত জড়িত মহিলাসহ এজন জালত পৰিছে নগাওঁ আৰক্ষীৰ। নগাওঁ আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শুক্ৰবাৰে সন্ধিয়া অভিযান চলাই নগাঁৱৰ বৰভেটিত। অভিযানত আৰক্ষীয়ে জাকিৰ হুছেইনৰ ঘৰৰ পৰা জব্দ কৰে লক্ষাধিক টকাৰ নিচাজাতীয় ঔষধ। দীৰ্ঘদিনৰ পৰা নিচাজাতীয় ঔষধৰ ব্যৱসায় চলাই অহা জাকিৰ হুছেইনৰ সৈতে জড়িত থকাৰ অভিযোগ মামণি বেগম নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে। আৰক্ষীয়ে চলোৱা অভিযানত জাকিৰ হুছেইনৰ লগতে মামণি বেগমকো আটক কৰিবলৈ সক্ষম হয়।
bite,
------------------------------------------------------–----------
ৰকিবুল ওৱাহিদ, নগাওঁ
১১-১০-১৯

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.