ETV Bharat / state

নগাঁৱৰ কৰ'ণাত আক্ৰান্ত ৰোগীক এমএমচিএইচলৈ প্ৰেৰণ

author img

By

Published : May 19, 2020, 3:24 PM IST

মঙলবাৰে নগাঁৱৰ এজন ব্যক্তিৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ বীজাণু । আক্ৰান্ত লোকজন 15 মে'ত নিউ জলপাইগুৰিৰ পৰা ৰাজধানী এক্সপ্ৰেছেৰে মাতৃসহ উপস্থিত হৈছিল লামডিঙত ।

Nagaon Corona patient has been send to MMCH
নগাঁৱৰ কৰ'ণাত আক্ৰান্ত ৰোগীক এমএমচিএইচলৈ প্ৰেৰণ

নগাঁও,19 মেঃ মঙলবাৰে নগাঁৱৰ এজন ব্যক্তিৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ বীজাণু । ইয়াকে লৈ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য । ইয়াৰ পিছতেই আক্ৰান্ত লোকজনক গুৱাহাটী এমএমচিএইচলৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে, আক্ৰান্ত লোকজন 15 মে'ত নিউজলপাইগুৰিৰ পৰা ৰাজধানী এক্সপ্ৰেছেৰে মাতৃসহ উপস্থিত হৈছিল লামডিঙত । তেঁওৰ স্বাস্থ্যপৰীক্ষা কৰি আইচোলেশ্যনত ৰখাৰ পিছত নগাঁৱৰ এম ডি ৰোড হোটেল এম পেলেছৰ কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল । তাৰ পৰাই মঙলবাৰে তেখেতৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত এমএমচিএইচলৈ প্ৰেৰণ কৰা হয় ।

ইতিমধ্যে নগাঁৱৰ এলফি ষ্টন চাৰিআলিৰ লগতে এম ডি ৰোড চীল কৰি দিয়ে আৰক্ষীয়ে । লগতে সমগ্ৰ অঞ্চল ছেনিটাইজ কৰে প্ৰশানৰ লোকে ।

লগতে পঢ়ক-কিমান গ্ৰহণযোগ্য সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.