ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত অব্যাহত প্ৰতিবাদ - নগাওঁ জিলা ছাত্ৰ সন্থা

শনিবাৰে সন্ধিয়া নগাওঁ জিলা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ আনহাতে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰে নগাওঁ জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে ৷

Nagaon CAA protest
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত অব্যাহত প্ৰতিবাদ
author img

By

Published : Jan 18, 2020, 11:45 PM IST

নগাঁও,18 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত অব্যাহত প্ৰতিবাদ ৷ শনিবাৰে সন্ধিয়া নগাঁও জিলা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ আনহাতে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে ৷ কোনো দিনেই অসমত আজমলক যিদৰে মুখ্যমন্ত্ৰী হ’বলৈ দিয়া নহ’ব একেদৰে শিলাদিত্যৰ দৰে লোককো মুখ্যমন্ত্ৰী হ’বলৈ দিয়া নহ’ব বুলিও মন্তব্য প্ৰকাশ কৰে নগাওঁ জিলা ছাত্ৰ সন্থাৰ সম্পাদকগৰাকীয়ে ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত অব্যাহত প্ৰতিবাদ

লগতে পঢ়ক-ৰহাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

Intro:নগাঁৱত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত অব্যাহত আছে প্ৰতিবাদ। শনিবাৰে সন্ধিয়া নগাওঁ জিলা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। বিগত নিৰ্বাচনত আজমলৰ ভয় দেখুৱাই খিলঞ্জীয়াৰ ভোটেৰে চৰকাৰ গঠন কৰি এতিয়া সৰ্বানন্দ সোণোৱাল হৈ পৰিছে খলনায়ক। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰি কোনো দিনেই অসমত আজমলক যিদৰে মুখ্যমন্ত্ৰী হবলৈ দিয়া নহব একেদৰে শিলাদিত্যৰ দৰে লোককো মুখ্যমন্ত্ৰী হবলৈ দিয়া নহব বুলি মন্তব্য কৰে নগাওঁ জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে।
bite-

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.