ETV Bharat / state

নৱবৰ্ষৰ পহিলা দিনটোত বটদ্ৰৱা থানলৈ আগমন ঘটিল দেশী-বিদেশী অগণন দৰ্শনাৰ্থীৰ - দৰ্শনাৰ্থীয়ে বটদ্ৰৱা থান

নৱবৰ্ষই যাতে নিজ পৰিয়ালটোৰ লগতে ৰাজ্যখনলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে তাৰেই কামনা কৰি ভক্ত প্ৰাণ ৰাইজ অথবা দৰ্শনাৰ্থীয়ে বটদ্ৰৱা থানলৈ আহি গুৰুজনাৰ আৰ্শীষ গ্রহণ কৰে ।

নৱবৰ্ষৰ পহিলা দিনটোত বটদ্ৰৱা থানলৈ আগমন ঘটিল দেশী-বিদেশী অগণন দৰ্শনাৰ্থীৰ

author img

By

Published : Jan 1, 2021, 9:15 PM IST

চামগুৰি,1জানুৱাৰী: নৱবৰ্ষৰ আজি পহিলা দিনটোত গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটিল অগণন দৰ্শনাৰ্থী তথা ভক্তপ্ৰাণ ৰাইজৰ । নৱবৰ্ষই যাতে নিজ পৰিয়ালটোৰ লগতে ৰাজ্যখনলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে তাৰেই কামনা কৰি ভক্ত প্ৰাণ ৰাইজ অথবা দৰ্শনাৰ্থীয়ে বটদ্ৰৱা থানলৈ আহি গুৰুজনাৰ আৰ্শীষ গ্রহণ কৰে ।

নৱবৰ্ষৰ পহিলা দিনটোত বটদ্ৰৱা থানলৈ আগমন ঘটিল দেশী-বিদেশী অগণন দৰ্শনাৰ্থীৰ

ইপিনে একাংশই যদি পৰিয়াল তথা আত্মীয় স্বজনৰ সৈতে বনভোজ খাইছে আন একাংশ আকৌ বন্ধু বৰ্গৰ সৈতে বনভোজন খাই পৰম আনন্দ লাভ কৰিছে । তাৰ সমান্তৰভাবে কোনোৱে যদি বনভোজ স্থলীত হৰি নাম জুৰিচে,আন কোনো জনে আকৌ বিহু জুৰিছে । 1 জানুৱাৰীৰ দিনটোত বটদ্ৰৱা থানলৈ আগমন ঘটা ভকত-বৈষ্ণৱৰ হৰি নামে মুখৰিত কৰি তুলে বটদ্ৰৱাৰ আকাশ-বতাহ ।

লগতে পঢ়কঃ বিভিন্ন প্ৰান্তৰ দৰে ধেমাজীতো আজিৰে পৰা আৰম্ভ হ’ল বিদ্যালয় সমূহৰ পাঠদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.