নগাঁও, 16 মে': ইচ্ছা শক্তি প্ৰৱল হ'লে দৰিদ্ৰতা কেতিয়াও সফলতাৰ অন্তৰায় হ'ব নোৱাৰে । সেই কথাকেই প্ৰমাণ কৰি দেখুৱালে নগাঁও ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আল আমিন ইছলামে । দৰিদ্ৰতাৰ সৈতে যুঁজ কৰিও আল আমিনে আজুৰি আনিবলৈ সক্ষম হ'ল সফলতা । আল আমিনৰ পিতৃ এজন মানসিক বিকাৰগ্ৰস্ত লোক । মাতৃয়ে দিন হাজিৰা কৰি অতি কষ্ট কৰি পঢ়াইছিল পুত্ৰক । অৱশেষত দৰিদ্ৰতাক নেওচি আল আমিন লাভ কৰিলে সফলতা । ৮৮.৩ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ কৰা আল আমিনৰ সপোন বিজ্ঞান শাখাত অধ্যয়ণ কৰি এজন চিকিৎসক হোৱাৰ । কিন্তু দৰিদ্ৰতাই কোঙা কৰা আল আমিন চিন্তিত হৈ পৰিছে আৰ্থিক অনাতনৰ বাবে । আল আমিনে আশা চৰকাৰ আৰু ৰাইজে অকণমান সহায়ৰ হাত আগবঢ়ালে সপোন বাস্তৱত পৰিণত হ'ব মেধাবী ছাত্ৰজনৰ । যাৰ বাবে মাতৃয়েও পুত্ৰৰ সপোন বাস্তৱায়িত কৰিবলৈ চৰকাৰৰ ওচৰত সহায় ভিক্ষা খুজিলে ৷
দৰিদ্ৰতাক নেউচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত আল আমিনৰ সফলতা - etv bharat assam
দৰিদ্ৰতা কেতিয়াও সফলতাত হেঙাৰ হ'ব নোৱাৰে । সেই কথা প্ৰমাণ কৰিলে নগাঁৱৰ ৰাঙলু চেংমৰাৰ আল আমিন ইছলামে । দৰিদ্ৰতাই জুৰুলা পাচতো ৮৮.৩ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন মাৰ্ক লাভ কৰি অঞ্চলবাসীৰ বাবে আদৰ্শ হ'ল আল আমিন ।
![দৰিদ্ৰতাক নেউচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত আল আমিনৰ সফলতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3295957-848-3295957-1557997057084.jpg?imwidth=3840)
নগাঁও, 16 মে': ইচ্ছা শক্তি প্ৰৱল হ'লে দৰিদ্ৰতা কেতিয়াও সফলতাৰ অন্তৰায় হ'ব নোৱাৰে । সেই কথাকেই প্ৰমাণ কৰি দেখুৱালে নগাঁও ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আল আমিন ইছলামে । দৰিদ্ৰতাৰ সৈতে যুঁজ কৰিও আল আমিনে আজুৰি আনিবলৈ সক্ষম হ'ল সফলতা । আল আমিনৰ পিতৃ এজন মানসিক বিকাৰগ্ৰস্ত লোক । মাতৃয়ে দিন হাজিৰা কৰি অতি কষ্ট কৰি পঢ়াইছিল পুত্ৰক । অৱশেষত দৰিদ্ৰতাক নেওচি আল আমিন লাভ কৰিলে সফলতা । ৮৮.৩ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ কৰা আল আমিনৰ সপোন বিজ্ঞান শাখাত অধ্যয়ণ কৰি এজন চিকিৎসক হোৱাৰ । কিন্তু দৰিদ্ৰতাই কোঙা কৰা আল আমিন চিন্তিত হৈ পৰিছে আৰ্থিক অনাতনৰ বাবে । আল আমিনে আশা চৰকাৰ আৰু ৰাইজে অকণমান সহায়ৰ হাত আগবঢ়ালে সপোন বাস্তৱত পৰিণত হ'ব মেধাবী ছাত্ৰজনৰ । যাৰ বাবে মাতৃয়েও পুত্ৰৰ সপোন বাস্তৱায়িত কৰিবলৈ চৰকাৰৰ ওচৰত সহায় ভিক্ষা খুজিলে ৷
Body:VO= ইচ্ছা শক্তি প্ৰৱল হ'লে দৰিদ্ৰতা কেতিয়াও সফলতাৰ অন্তৰায় হ'ব নোৱাৰে। সেই কথাকেই প্ৰমাণ কৰি দেখুৱালে নগাঁও ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অাল অামিন ইছলামে।দৰিদ্ৰতাৰ সৈতে যুঁজ কৰিও অাল অামিনে অাজুৰি অানিবলৈ সক্ষম হ'ল সফলতা। অাল অামিনৰ পিতৃ এজন মানসিক বিকাৰগ্ৰস্ত লোক। কিন্তু মাতৃয়ে দিন হাজিৰা কৰি অতি কষ্ট কৰি পঢ়াইছিল পুত্ৰক।অৱশেষত দৰিদ্ৰতাক নেওচি অাল অামিনে লাভ কৰিলে সফলতা। ৮৮.৩ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ কৰা অাল অামিনৰ সপোন বিজ্ঞান শাখাত অধ্যয়ণ কৰি এজন চিকিৎসক হোৱাৰ। কিন্তু দৰিদ্ৰতাই কোঙা কৰা অাল অামিন চিন্তিত হৈ পৰিছে অাৰ্থিক অনাতনৰ বাবে। অাল অামিনে অাশা কৰিছে চৰকাৰ অাৰু ৰাইজে অকনমান মৰম কৰিলে তেওৰ সপোন বাস্তৱত পৰিনত হ'ব।
Byte= ছাত্ৰ অাল অামিন।
Conclusion:VO= ইফালে অাল অামিনৰ মাতৃ চিন্তিত হৈ পৰিছে কেনেকৈ পুত্ৰৰ সপোন পূৰণ কৰিব।মাতৃয়ে ৰাইজ অাৰু চৰকাৰৰ অকনমান মৰম বিচাৰিছে যাতে পুত্ৰৰ সপোন বাস্তৱায়িত কৰিব পাৰে।
Byte= অাল অামিনৰ মাতৃ।
বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam