ETV Bharat / state

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

উচ্চতম ন্যায়ালয়ে CAAৰ ক্ষেত্ৰত অন্তৰ্ৱতীকালীন স্থগিতাদেশ নিদিয়াক লৈ নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷

নগাঁও
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
author img

By

Published : Jan 22, 2020, 3:47 PM IST

নগাঁও, 22 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত আজি যি শুনানি আছিল, সেই শুনানিৰ অন্তৰ্ৱতীকালীন স্থগিতাদেশ নিদিলে ন্যায়ালয়ে ৷ স্থগিতাদেশ নিদিয়াৰ বাবে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্য সকলে ৷ হাতে হাতে ক'লা পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৰ একাংশ সদস্যই ৷

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

লগতে পঢ়কঃ ৰাজ্যজুৰি "CAA" বিৰোধী প্ৰতিবাদ অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.