ETV Bharat / state

নগাঁৱত মাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ পুত্ৰৰ

author img

By

Published : Oct 15, 2019, 4:35 PM IST

পুত্ৰই মাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে নগাঁও জিলাত ৷ জিলাখনৰ ৰাইদঙীয়াত সীমাবিবাদক লৈ মাতৃক আক্ৰমণ কৰে পুত্ৰই ৷

মাতৃ আৰু পুত্ৰ

নগাঁও,15 অক্টোবৰঃ নগাঁৱত সীমাকেন্দ্ৰীক বিবাদত পুত্ৰৰ হাতত প্ৰহৃত হ'ল মাতৃ ৷ জিলাখনৰ ৰাইদঙীয়াত সংঘটিত হয় এই কাণ্ড ৷

কনিষ্ঠ পুত্ৰৰ আক্ৰমণত আহত মাতৃ, জ্যেষ্ঠ ভাতৃ

লগতে পঢ়কঃ নলাপৰাত সংঘটিত গুলীচালনাৰ ঘটনাত জড়িত আছিল স্থানীয় যুৱক

মঙলবাৰে ৰাতিপুৱাতেই পুত্ৰই লোহাৰ ৰদেৰে মৰিয়াই মৰিয়াই গুৰুতৰভাৱে আঘাত কৰিলে নিজ মাতৃ সৰুছোৱালী দাসক ৷ পুত্ৰ কৃষ্ণমণি দাস ওৰফে মাটিয়াই সংঘটিত কৰে এই কাণ্ড ৷

ভূমিক কেন্দ্ৰ কৰি লৈ পিতৃ বিনোদ দাসৰ আদেশত এইদৰে মাতৃ আৰু জ্যেষ্ঠ ভাতৃক প্ৰহাৰ কৰে কৃষ্ণমণিয়ে ৷ স্থানীয় ৰাইজৰ তৎপৰতাত মাতৃ আৰু জ্যেষ্ঠ পুত্ৰক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত জাজৰি আৰক্ষীয়ে কৃষ্ণমণি দাসক গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়কঃ নকল সোণ সহ গৌৰীপুৰ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

এই ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে ৷ উল্লেখ্য যে,পিতৃ বিনোদ দাসৰ নিৰ্দেশত কৃষ্ণমণিয়ে নিজগৃহৰ সোঁমাজতে জেওৰা দি দুফাল কৰিছিল চোতালখন ৷ দীৰ্ঘদিনৰ পৰাই অঞ্চলবাসীক মানসিক হাৰাশাস্তি কৰি আহিছিল কৃষ্ণমণি ওৰফে মাটিয়াই ৷

Intro:পুৱাতেই ৰক্তাক্ত হল নগাঁৱৰ ৰাইডঙীয়া ।কুলংগাৰ পুত্ৰই মৰিয়াই মৰিয়াই মৃতপ্ৰায় কৰিলে নিজ মাতৃক ।Body:পুৱাতেই ৰক্তাক্ত হল নগাঁৱৰ ৰাইডঙীয়া। কুলংগাৰ পুত্ৰই লোহাৰৰ ৰদেৰে মৰিয়াই মৰিয়াই মৃতপ্ৰায় কৰিলে নিজ মাতৃ সৰুছোৱালী দাসক। সীমা বিবাদক কেন্দ্ৰ কৰি এই কাজিয়াৰ সূত্ৰপাত। ঘটনা সংঘটিত কৰি পিতৃ, পুত্ৰ পলায়ন কৰিছিল যদিও ৰাইজে পুত্ৰক ধৰি বান্ধিলে ইলেক্ট্ৰিক প'ষ্টত৷ সংকটজনক অৱস্থাত স্থানীয়লোকে মহিলাগৰাকীক প্ৰেৰণ কৰে নগাঁৱলৈ। পিতৃ বিনোদ দাসৰ পৰামৰ্শমতে পুত্ৰ কৃষ্ণমণি দাস ওৰফে মাতিয়াই লোহাৰে মৰিয়াই মৃতপ্ৰায় কৰিলে নিজ মাতৃ সৰুছোৱালী দাসক। ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ কুলংগাৰ পুত্ৰ কৃষ্ণমণি দাসক গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত।___________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.