ETV Bharat / state

সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন বিধায়িকা আঙুৰলতা ডেকাৰ

author img

By

Published : Oct 28, 2019, 9:13 PM IST

বটদ্ৰৱাৰ নিজ হাতীচোঙত সোমবাৰে দুটা সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰি ক্ষীপ্ৰতাৰে কাম আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিলে বিধায়িকা আঙুৰলতা ডেকাই ৷ চলিত বিত্তীয় বৰ্ষৰ আছুতীয়া পুঁজিৰে নিৰ্মান কৰা হ'ব ভৱন দুটা ৷

বিত্তীয় বৰ্ষৰ আছুতীয়া পুঁজিৰে নিৰ্মান হ'ব লগা সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন

বটদ্ৰৱা , 28 অক্টোবৰঃ বটদ্ৰৱাৰ নিজ হাতীচোঙত সোমবাৰে দুটা সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰিলে বিধায়িকা আঙুৰলতা ডেকাই ৷ চলিত বিত্তীয় বৰ্ষৰ আছুতীয়া পুঁজিৰে নিৰ্মান কৰিবলগীয়া ১ নং গেডাৰবড়ীত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টী বিকাশ কেন্দ্ৰৰ সমূহীয়া ভৱন আৰু কুৰুৱাবাহী নাট্য মঞ্চৰ মঞ্চগৃহৰ আধাৰশিলা স্থাপন কৰি ক্ষিপ্ৰতাৰে নিৰ্মাণ কাৰ্য শেষ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিধায়িকাগৰাকীয়ে ৷ ১ নং গেডাৰবড়ীত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টী বিকাশ কেন্দ্ৰৰ সমূহীয়া ভৱনৰ নিৰ্মাণৰ বাবে ১০ লাখ টকাৰ পুঁজি ধাৰ্য কৰাৰ লগতে কুৰুৱাবাহীৰ নাট্য মঞ্চৰ বাবে ধাৰ্য কৰে ৫ লাখ টকাৰ পুঁজি ৷

বিত্তীয় বৰ্ষৰ আছুতীয়া পুঁজিৰে নিৰ্মান হ'ব লগা সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন

আমগুৰিত এটা ৰাজপথে ৰাইজক ভোগাইছে নৰক যন্ত্ৰণা!

Intro:বটদ্ৰৱাৰ নিজ হাতীচোঙত মাংগলিক ধ্বনিৰে দুটাকৈ সমূহীয়া ভৱনৰ আধাৰশিলা বিধায়িকা আঙুৰলতা ডেকাৰ ।Body:বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই সোমবাৰে নিজ হাতীচোঙত দুটাকৈ সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰে। চলিত বিত্তীয় বৰ্ষৰ আছুতীয়া পুজিৰে নিৰ্মান কৰিবলগীয়া ১ নং গেডাৰবড়ীত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টী বিকাশ কেন্দ্ৰৰ সমূহীয়া ভৱন আৰু কুৰুৱাবাহী নাট্য মঞ্চৰ মঞ্চগৃহৰ আধাৰশিলা স্থাপন কৰি বিধায়িকা গৰাকীয়ে ক্ষীপ্ৰতাৰে কামকেইটা গ্ৰহি উঠিব বুলি ৰাইজক অৱগত কৰে। ইয়াৰে ১ নং গেডাৰবড়ীত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টী বিকাশ কেন্দ্ৰৰ সমূহীয়া ভৱনৰ নিৰ্মানৰ ক্ষেত্ৰত ১০ লাখ টকা প্ৰাককলন ধায্য কৰাৰ লগতে কুৰুৱাবাহীৰ নাট্য মঞ্চৰ প্ৰাককলন ৫ লাখ টকা বুলি জানিব পৰা গৈছে।____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.