ETV Bharat / state

বটদ্ৰৱাত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধাৰাবাহিক অনশন - সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন

ডিটেনশ্যন কেম্পত দুলাল চন্দ্ৰ পালসহ কেইবাজনো ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱাত ডিটেনশ্যন কেম্প বন্ধ কৰাৰ দাবীত এই ধাৰাবাহিক অনশন কার্যসূচী । এই অনশন কার্যসূচীত সহযোগ কৰে অসম মজুৰি শ্ৰমিক ইউনিয়ন,ফৰাম ফ'ৰ ছ'চিয়েল হাৰমনি আৰু সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লোক সকলৰ ।

ডিটেনশ্যন কেম্প বন্ধ কৰাৰ দাবীত ধাৰাবাহিক অনশন কার্যসূচী
author img

By

Published : Oct 22, 2019, 7:13 PM IST

বটদ্ৰৱা, 22 অক্টোবৰ: বটদ্ৰৱাত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধাৰাবাহিক অনশন কার্যসূচী । ডিটেনশ্যন কেম্পত দুলাল চন্দ্ৰ পাল সহ কেইবাজনো ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱাত ডিটেনশ্যন কেম্প বন্ধ কৰাৰ দাবীত এই ধাৰাবাহিক অনশন কার্যসূচী । এই অনশন কার্যসূচীত সহযোগ কৰে অসম মজুৰি শ্ৰমিক ইউনিয়ন,ফৰাম ফ'ৰ ছ'চিয়েল হাৰমনি আৰু সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লোকসকলৰ ।

MINORITY GROUPS STAGE PROTEST IN BATADRAVA
ডিটেনশ্যন কেম্প বন্ধ কৰাৰ দাবীত ধাৰাবাহিক অনশন কার্যসূচী
উল্লেখযোগ্য যে, ২০১৭ চনৰ ১১ অক্টোবৰ তাৰিখে এফ টি (এ) গোচৰ নং ২২৩/২০১৭ ৰ অধীনত ঢেকীয়াজুলি আলিচিঙাৰ দুলাল চন্দ্ৰ পালক বিদেশী নাগৰিক বুলি ঘোষণা কৰি তেজপুৰ ডিটেনশ্যন কেম্পত ভৰ্তি কৰোৱা হৈছিল । দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল দুলাল চন্দ্ৰ পাল । ২৮ ছেপ্টেম্বৰত জি এম চি এইচত তেখেতক ভৰ্তি কৰোৱাৰ পাছত চিকিৎসাধীন অৱস্থাতে ১১ অক্টোবৰত লোকজনৰ মৃত্যু হয় ।

Intro:Breaking Body:বটদ্ৰৱাত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ ৰিলে (ধাৰাবাহিক) অনশন কার্যসূচী । ডিটেঞ্চন কেম্পত দুলাল চন্দ্ৰ পাল সহ কেইবাজনো ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱাত ডিটেঞ্চন কেম্প বন্ধ কৰাৰ দাবীত এই ৰিলে অনশন কার্যসূচী । এই অনশন কার্যসূচীত সহযোগত কৰে অসম মজুৰি শ্ৰমিক ইউনিয়ন, ফৰাম ফৰ ছচিয়েল হাৰমনি আৰু সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ লোক সকলৰ ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.