ETV Bharat / state

বৰপানী নৈৰ বানত গৃহহাৰা কামপুৰৰ কেইবাটাও পৰিয়াল

author img

By

Published : Jul 4, 2020, 2:02 PM IST

বৰপানী নৈৰ বাঢ়নী পানীয়ে কামপুৰৰ কেইবাটাও পৰিয়াললৈ নমাই আনিছে বিপৰ্যয়। বানত গৃহহীন হ'ল কেইবাটাও পৰিয়াল ।

massive devastation by flood in kampur
massive devastation by flood in kampur

বঢ়মপুৰ,4 জুলাইঃ বৰপানী নৈৰ বাঢ়নী পানীয়ে গৃহহাৰা কৰিছে ৰহা সমষ্টিৰ মাধৱপাৰা গাঁৱৰ কেইবাটাও পৰিয়ালক । গৃহহীন কেইবাটাও পৰিয়ালে আনৰ ঘৰত আশ্ৰয় লোৱাৰ লগতে,এতিয়া মুকলি আকাশৰ তলতে ৰান্ধিছে খাদ্য । বাসগৃহৰ লগতে বৰপানী নৈৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰিছে সহস্ৰাধিক বিঘা বৰোধানৰ খেতি ।

বৰপানী নৈৰ বানত গৃহহাৰা কামপুৰৰ কেইবাটাও পৰিয়াল

স্থানীয় ৰাইজৰ অভিযোগ এই পৰ্যন্ত তেওঁলোকৰ খবৰ ল'বলৈ অহা কোনো এগৰাকীও জন প্ৰতিনিধি । চুবুৰীয়া কোনো এগৰাকী লোকে প্ৰদান কৰা সাহায্যৰ বাহিৰে এতিয়ালৈ তেওঁলোকে কোনো ধৰণৰ সুবিধা পোৱা নাই । উল্লেখ্য যে, কামপুৰত বৰপানী নৈৰ বান প্ৰায় 20 টা দিনে অব্যাহত থকাৰ পিচত এতিয়া বান পৰিস্থিতি কিছু হ্ৰাস পোৱাত আন বহু সমস্যৰ সন্মুখীন হৈছে স্থানীয় লোকসকল ।

বৰপানী নৈৰ বানত গৃহহাৰা কেইবাটাও পৰিয়াল

লগতে পঢ়কঃ জনীয়া গাঁও পঞ্চায়তৰ সভাপতি ছাবেদ আলীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.