ETV Bharat / state

চামগুৰিৰ খাটোৱালত লোমহৰ্ষক হত্যাকাণ্ড: নিহত এজন

নগাঁও জিলাৰ চামগুৰিৰ খাটোৱালত পৰিয়ালকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি ৷ জালাল উদ্দিন নামৰ এজন ব্যক্তিৰ চুৰিকাঘাতত নিহত হৈছে আব্দুল হাই নামৰ এজন লোক ৷ বৃহস্পতিবাৰে সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড ৷

author img

By

Published : May 13, 2021, 4:46 PM IST

man murdered in Samoguri
চামগুৰিৰ খাটোৱালত লোমহৰ্ষক হত্যাকাণ্ড: নিহত এজন

চামগুৰি,13 মে’: নগাঁও জিলাৰ চামগুৰিৰ খাটোৱালত পৰিয়ালকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি ৷ জালাল উদ্দিন নামৰ এজন ব্যক্তিৰ চুৰিকাঘাতত নিহত হৈছে আব্দুল হাই নামৰ এজন লোক ৷ বৃহস্পতিবাৰে সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড ৷ বৃহস্পতিবাৰে পুৱাই নিহত আব্দুল হাই আৰু জালাল উদ্দিনৰ মাজত হোৱা সংঘৰ্ষত আহত হয় অভিযুক্ত জালাল উদ্দিন ।

ইতিমধ্যে খাটোৱাল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জালাল উদ্দিনক কৰায়ত্ত কৰিছে । লগতে হত্যাকাণ্ডত ব্যৱহৃত চোকা অস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.