ETV Bharat / state

নানান সমস্যাত জৰ্জৰিত ‘নিউক্লিয়াচ গাহৰি প্ৰজনন কেন্দ্ৰ’

author img

By

Published : May 20, 2019, 8:15 PM IST

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ২০১৪ চনত নগাঁও জিলাৰ কঠিয়াতলীত স্থাপন হোৱা নিউক্লিয়াচ গাহৰি প্ৰজনন কেন্দ্ৰটো কাৰ্যকৰী হৈছিল ২০১৮ চনত ৷ ৩৬ টা গাহৰি পোৱালীৰে আৰম্ভ কৰা ফাৰ্মখনত বৰ্তমান গাহৰিৰ সংখ্যা ১০২ টা ।

নানান সমস্যাত জৰ্জৰিত ‘নিউক্লিয়াচ গাহৰী প্ৰজনন কেন্দ্ৰ’

বঢ়মপুৰ, 20 মে’: নানান সমস্যাত জৰ্জৰিত এতিয়া ২০১৪ চনত নগাঁও জিলাৰ কঠিয়াতলীত স্থাপন হোৱা নিউক্লিয়াচ গাহৰি প্ৰজনন কেন্দ্ৰটো ৷ নিবনুৱা সমস্যা সমাধানৰ উদ্দেশ্য আগত ৰাখি স্থাপন কৰা ফাৰ্মখনত এতিয়া নাই পৰ্যাপ্ত পৰিমাণৰ কৰ্মচাৰীৰ লগতে নাই ওজন জুখিব পৰা মেচিন আৰু ঔষধৰ ব্যৱস্থা ৷ আনকি ঔষধ সংৰক্ষণ কৰাৰ বাবে নাই ফাৰ্মখনত নাই ফ্ৰীজৰ ব্যৱস্থা । লগতে গাহৰিৰ গৰালৰ বেৰ চাপৰ হোৱাৰ লগতে কৰ্মীৰ সংখ্যাও তেনেই কম ।

নানান সমস্যাত জৰ্জৰিত ‘নিউক্লিয়াচ গাহৰী প্ৰজনন কেন্দ্ৰ’

চৰকাৰীভাৱে গাহৰিৰ ঔষধৰ যোগান নধৰাত সমস্যাত পৰিছে চিকিৎসক সকল । যাৰ কাৰণে চিকিৎসকে নিজৰ পকেটৰ ধন খৰচ কৰিব লগাত পৰিছে । আনফালে ভেকচিন ৰাখিবৰ বাবে এটা ফ্ৰীজৰো অভাৱ । ফাৰ্মখনৰ জ্যেষ্ঠ চিকিৎসক হাফিজুৰ ৰহমানে চৰকাৰক এই সমস্যা সমাধানৰ বাবে দাবী জনাইছে ।

ইপিনে গাহৰি পালনক লৈ শ্ৰী মন্ত শংকৰদেৱ সংঘৰ বিৰ্তকৰ মাজতেই পশু চিকিৎসক হাফিজুৰ ৰহমানে নিৱনুৱা সমস্যা সমাধানৰ কাৰণে শ্ৰী মন্ত শংকৰদেৱ সংঘই এটা সু-চিন্তা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

Intro: চৰকাৰী গাহৰী ফাৰ্মত ঔষধ সংৰক্ষণ কৰাৰ বাবে নাই ফ্ৰীজ ।নিৱনুৱা সংস্থাপনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ শংঘক উচিত সিদ্ধান্ত লোৱাৰ আহ্বান এজন চিকিৎসকৰ ।

Anchor=পৰিবৰ্তনৰ শ্লোগান দিয়া চৰকাৰ খনৰ দিনত অপৰিবৰ্তিত কাহিনী ।নিবনুৱাক সংস্থানৰ বাবে লোৱা আঁচনিত ভেকুঁ ভাওঁনা ।নগাঁও জিলাৰ কঠিয়াতলীৰ নিউক্লিয়াচ গাহৰী প্ৰজনন কেন্দ্ৰত এটা ফ্ৰিজৰো অভাৱ ।চিকিৎসকে পকেটৰ ধন খৰচ কৰি ক্ৰয় কৰিছে ঔষধ ।পৰ্য্যাপ্ত পৰিমানে নাই কৰ্মচাৰীৰ ।

Body: V/o=ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধিনত ২০১৪ চনত নগাওঁজিলাৰ কঠিয়াতলী স্থাপন কৰা নিউক্লিয়াচ গাহৰী প্ৰজনন কেন্দ্ৰৰ ২০১৮ চনৰ পৰা কাম আৰম্ভ কৰে ।৩৬ টা গাহৰী পোৱালীৰে আৰম্ভ কৰা ফাৰ্মখনৰ বৰ্তমানৰ গাহৰীৰ সংখ্যা ১০২টা ।পৰিতাপৰ নিবনুৱা সমস্যা সমাধানৰ উদ্দেশ্য আগত ৰাখি স্থাপন কৰা ফাৰ্ম খন বৰ্তমান বিভিন্ন সমস্যাত জৰ্জৰিত ।গাহৰিৰ গৰালৰ বেৰ চাপৰ হোৱাৰ লগতে কৰ্মী সংখ্যা কম ।আনকি চৰকাৰী ভাৱে গাহৰিৰ ঔষধৰ যোগান নধৰাত সমস্যাত পৰিছে চিকিৎসক সকল ।যাৰ কাৰণে চিকিৎসকে নিজৰ পকেটৰ ধন খৰচ কৰিব লগাত পৰিছে ।আনফালে ভেকচিন ৰাখিবৰ বাবে এটা ফ্ৰীজৰো অভাৱ ।ফাৰ্ম খনৰ জেষ্ঠ্য চিকিৎসক হাফিজুৰ ৰহমানে চৰকাৰক এই সমস্যা সমাধানৰ বাবে দাবী জনাইছে ।
Byte=চিকিৎসক হাফিজুৰ ৰহমান

Conclusion:V/o=গাহৰী আৰু মুৰ্গী পালনক লৈ শ্ৰী মন্ত শংকৰদেৱ সংঘ বিৰ্তকৰ মাজত সোমাই পৰাৰ সময়তে এজন পশু চিকিৎসক হাফিজুৰ ৰহমানে নিৱনুৱা সমস্যা সমাধানৰ কাৰণে শ্ৰী মন্ত শংকৰদেৱ সংঘক এটা সু চিন্তা কৰিবৰ বাবে আহ্বান কৰিছে ।চিকিৎসক জনে নগাঁও জিলাৰ কঠিয়াতলীস্থ নিউক্লিয়াচ গাহৰী প্ৰজনন কেন্দ্ৰৰ জেষ্ঠ্য চিকিৎসক হাফিজুৰ ৰহমানে ভয়াবহভাবে বাঢ়ি অহা নিবনুৱা সমস্যা সমাধানৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘক পদক্ষেপ লোৱাৰ বাবে দাবী জনাই।

Byte=চিকিৎসক হাফিজুৰ ৰহমান

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.