ETV Bharat / state

নগাঁৱত তুংগত এনএছইউআইৰ লবীকেন্দ্ৰিক ৰাজনীতি

author img

By

Published : Jun 27, 2019, 9:57 PM IST

নগাঁৱত তুংগত কংগ্ৰেছৰ লবীকেন্দ্ৰিক ৰাজনীতি। এনএছইউআই নেতাৰ বিৰুদ্ধ আৰক্ষী থানাত এজাহাৰ যুৱ কংগ্ৰেছ নেতাৰ ।

নগাঁৱত তুংগত এনএছইউআইৰ লবীকেন্দ্ৰিক ৰাজনীতি

নগাওঁ,27 জুন: নগাওঁ কংগ্ৰেছত সম্প্ৰতি তুংগত উঠিছে কংগ্ৰেছৰ লবীকেন্দ্ৰীক ৰাজনীতি। যুৱ কংগ্ৰেছৰ এগৰাকী নিৰ্বাচিত নেতাক নিজৰ লবীত নথকাৰ বাবেই প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এগৰাকী এন এছ ইউ আই নেতাৰ বিৰুদ্ধে। ৰূপহীহাট সমষ্টি যুৱ কংগ্ৰেছৰ সম্পাদক ইলিয়াছ ৰোহমাতুল্লাক ফোন যোগে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এন এছ ইউ আইৰ নেতা আমিৰ হামজা খানৰ বিৰুদ্ধে ।

লগতে পঢ়ক: মুছলমান হৈয়ো গীতা পাঠ কৰা স্বাধীনতা সংগ্ৰামী মহম্মদ বাজী আৰু নাই

এই সন্দৰ্ভত ইতিমধ্যে জুৰীয়া আৰক্ষী থানাত এন এছ ইউ আইৰ নেতা আমিৰ হামজা খানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে।

Intro:নগাঁৱত তুংগত কংগ্ৰেছৰ লবীকেন্দ্ৰিক ৰাজনীতি। এন এছ ইউ আই নেতাৰ বিৰুদ্ধ আৰক্ষী থানাত এজাহাৰ যুৱ কংগ্ৰেছ নেতাৰ।

Body:নগাওঁ কংগ্ৰেছত সম্প্ৰতি তুংগত উঠিছে কংগ্ৰেছৰ লবীকেন্দ্ৰীক ৰাজনীতি। যুৱ কংগ্ৰেছৰ এগৰাকী নিৰ্বাচিত নেতাক নিজৰ লবীত নথকাৰ বাবেই বাবেই প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এগৰাকী এন এছ ইউ আই নেতাৰ বিৰুদ্ধ। ৰূপহীহাট সমষ্টি যুৱ কংগ্ৰেছৰ সম্পাদক ইলিয়াছ ৰোহমাতুল্লাক ফোন যোগে প্ৰাণ নাশৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এন এছ ইউ আই নেতা আমিৰ হামজা খানৰ বিৰুদ্ধে। এই সন্ধৰ্ভত ইতিমধ্যে জুৰীয়া আৰক্ষী থানাত এন এছ ইউ আই নেতা আমিৰ হামজা খানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যুৱ কংগ্ৰেছ নেতাগৰাকীয়ে।
bite.
-------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৭-৬-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.