ETV Bharat / state

পুৰণিগুদামত 3 বস্তাকৈ লিক' বটল জব্দ

author img

By

Published : May 25, 2021, 10:33 PM IST

পুৰণিগুদাম ন‌'আলিমুৰৰ আল্লা উদ্দিন নামৰ এজন লোকৰ ঘৰৰ পৰা 3 বস্তাকৈ লিক' বটল জব্দ কৰা হয় ৷ এক অভিযান চলাই পুৰণিগুদাম আৰক্ষীয়ে জব্দ কৰে এই নিচাযুক্ত দ্ৰব্যসমূহ ৷

পুৰণিগুদামত 3 বস্তাকৈ লিক' বটল জব্দ
পুৰণিগুদামত 3 বস্তাকৈ লিক' বটল জব্দ

চামগুৰি, 25 মে' : পুৰণিগুদাম ন‌ আলিমুৰৰ আল্লা উদ্দিন নামৰ এজন লোকৰ ঘৰৰ পৰা 3 বস্তাকৈ লিক' বটল জব্দ কৰা হয় ৷ এক অভিযান চলায় পুৰণিগুদাম আৰক্ষীয়ে জব্দ কৰে এই নিচাযুক্ত দ্ৰব্যসমূহ ৷

জানিব পৰা মতে দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ আছিল আল্লা উদ্দিনৰ বিৰুদ্ধে । পূৰ্বেও আল্লা উদ্দিনক নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ কৰিছিল পুৰণিগুদামৰ আৰক্ষীয়ে। বৰ্তমান আৰক্ষীয়ে আল্লা উদ্দিনৰ পত্নী আছফিয়া বেগমক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: এসপ্তাহত 18 টা ড্ৰাগছ বিৰোধী অভিযান আনন্দ মিশ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.