ETV Bharat / state

ৰূপহীহাটত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

author img

By

Published : Nov 24, 2020, 6:38 PM IST

ৰূপহীহাটৰ ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱলৈ শ্ৰদ্ধাঞ্জলি ৷

last tribute to tarun gogoi in rupahihat nagaon assam etv bharat news
তৰুণ গগৈ

ৰূপহীহাট,24 নৱেম্বৰ: ৰাজ্যৰ ৰাজনীতিৰ মহীৰূহ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত ভিন্ন স্থানত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰূপহীহাটৰ কংগ্ৰেছ কৰ্মীসকলেয়ো মঙলবাৰে আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ ৰূপহীহাট ব্লক কংগ্ৰেছে আয়োজন কৰা অনুষ্ঠানটোত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনোৱা হয় ৷

last tribute to tarun gogoi in rupahihat nagaon assam etv bharat news
ৰূপহীহাটৰ ব্লক কংগ্ৰেছৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি

লগতে চাওকঃ তৰুণ গগৈৰ মৃত্যুত তিতাবৰবাসীৰ শোকপ্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.