নগাঁও, ৩ মে': বহিঃৰাজ্যত পুনৰ মৃত্যুৰ ঘটনা অসমৰ শ্ৰমিকৰ ৷ কেৰালাৰ প্লাইউড কোম্পানীৰ বয়লাৰ মেচিন বিস্ফোৰণ হৈ মৃত্যুমুখত পৰে অসমৰ জুৰীয়াৰ কলনিজলাহৰ হাছেন আলী নামৰ যুৱকজন । আনহাতে এই বিস্ফোৰণত আহত আন তিনি শ্ৰমিক । আহত কেইজনো একেখন গাৱঁৰে নাজিৰুল ইছলাম, মহচিন আলী আৰু দিলুৱাৰ হুছেইন ৷ কোম্পানীত কৰ্মৰত হৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা ৷ দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি আছিল হাছেন আলী ৷ শ্ৰমিক জনৰ মৃত্যুৰ লগতে আহত কেইজনকলৈ গাঁৱখনত শোকৰ ছাঁ পেলাইছে ৷
বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱক - অসমৰ শ্ৰমিক
পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ শ্ৰমিকৰ । কেৰালাৰ প্লাইউড কোম্পানীৰ বয়লাৰ মেচিন বিস্ফোৰণ হৈ মৃত্যু এজনৰ । আহত তিনিগৰাকী শ্ৰমিক
নগাঁও, ৩ মে': বহিঃৰাজ্যত পুনৰ মৃত্যুৰ ঘটনা অসমৰ শ্ৰমিকৰ ৷ কেৰালাৰ প্লাইউড কোম্পানীৰ বয়লাৰ মেচিন বিস্ফোৰণ হৈ মৃত্যুমুখত পৰে অসমৰ জুৰীয়াৰ কলনিজলাহৰ হাছেন আলী নামৰ যুৱকজন । আনহাতে এই বিস্ফোৰণত আহত আন তিনি শ্ৰমিক । আহত কেইজনো একেখন গাৱঁৰে নাজিৰুল ইছলাম, মহচিন আলী আৰু দিলুৱাৰ হুছেইন ৷ কোম্পানীত কৰ্মৰত হৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা ৷ দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি আছিল হাছেন আলী ৷ শ্ৰমিক জনৰ মৃত্যুৰ লগতে আহত কেইজনকলৈ গাঁৱখনত শোকৰ ছাঁ পেলাইছে ৷
ৰূপহীৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion: