ETV Bharat / state

কৃষ্ণমণি নাথৰ 'গুৰুজনা' এলবামৰ 'আলিপুখুৰীতে' গীতটিৰ শুভ মুক্তি

author img

By

Published : Sep 11, 2019, 10:59 PM IST

জনপ্ৰিয় শিল্পী কৃষ্ণমণি নাথ আৰু ৰঞ্জিত বৰাৰ প্ৰযোজনাত নিৰ্মিত 'গুৰুজনা' এলবামৰ 'আলিপুখুৰীতে' গীতৰ বুধবাৰে শুভ মুক্তি

কৃষ্ণমণি নাথৰ 'গুৰুজনা' এলবামৰ 'আলিপুখুৰীতে' গীতটিৰ শুভ মুক্তি

নগাঁও,11 ছেপ্তেম্বৰ : জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জীৱনভিত্তিক এলবাম 'গুৰুজনা'ৰ আলিপুখুৰীতে শীৰ্ষক গীতটিৰ বুধবাৰে শুভ মুক্তি লাভ ৷ জনপ্ৰিয় শিল্পী কৃষ্ণমণি নাথ আৰু ৰঞ্জিত বৰাৰ প্ৰযোজনাত নিৰ্মিত এই গীতটি নগাওঁ আৱৰ্ত ভৱনত শুভ উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট অভিনেতা নিপন গোস্বামী,আৰু দীনেশ দাসে। গুৰুজনাৰ কৰ্মৰাজিক নতুন প্ৰজন্মৰ মাজত গীতৰ মাধ্যমেৰে চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে প্ৰস্তুত কৰা গীতটিৰ দৃশ্যগ্ৰহণ কৰা হৈছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত। অনুষ্ঠানটোত গুৰুজনাৰ কৰ্ম আৰু সৃষ্টিৰাজিক আজিৰ প্ৰজন্মক চিনাকি কৰাৰ ক্ষেত্ৰত চৰকাৰকো প্ৰচেষ্টা হাতত ল'বলৈ আহ্বান জনায় বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে ।

Intro:কৃষ্ণমণি নাথৰ গুৰুজনা এলবামৰ আলিপুখুৰীতে গীতৰ শুভ মুক্তি।

Body:জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জীৱনভিত্তিক গুৰুজনা নামৰ এলবামৰ আলিপুখুৰীতে শীৰ্ষক গীতটি শুভ মুক্তি লাভ কৰে বুধবাৰে। জনপ্ৰিয় শিল্পী কৃষ্ণমণি নাথ আৰু ৰঞ্জিত বৰাৰ প্ৰযোজনাত নিৰ্মিত গুৰুজনা এলবামৰ এই গীতটি নগাওঁ আৱৰ্ত ভৱনত শুভ উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচৰ্য্য ডঃ কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট অভিনেতা নিপন গোস্বামী, দীনেশ দাসে। গুৰুজনাৰ কৰ্মৰাজিক নতুন প্ৰজন্মৰ মাজত গীতৰ মাধ্যমেৰে চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে প্ৰস্তুত কৰা এই গীতটিৰ দৃশ্যগ্ৰহণ কৰা হৈছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে গুৰুজনাৰ কৰ্ম আৰু সৃষ্টিৰাজিক আজিৰ প্ৰজন্মক চিনাকি কৰাৰ ক্ষেত্ৰত চৰকাৰকো প্ৰচেষ্টা হাতত লবলৈ আহ্বান জনায়।
bite,
--------------------------------
ৰকিবুল ওৱাহিদ, নগাও।
১১-৯-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.