ETV Bharat / state

চাইক্লিষ্ট গংগোত্ৰীক ৰহাত উষ্ম আদৰণী

author img

By

Published : Jan 18, 2020, 9:01 AM IST

গংগোত্ৰীক জনসেৱা পুথিভৰাঁল, তিৱা ৰাজ দৰবাৰ, গংগোত্ৰীয়ে অধ্যয়ন কৰা কটহগুৰি নেহৰু প্ৰাথমিক বিদ্যালয়, সৰাগাওঁ হাইস্কুল, কটহগুৰি মধ্য ইংৰাজী বিদ্যালয়, মাছ, আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিৱা ছাত্ৰ সন্থা, ৰহা কৰ্মচাৰী পৰিষদে সম্বৰ্ধনা জনায়।

খেলো ইণ্ডিয়াত সোণৰ পদক প্ৰাপ্ত গংগোত্ৰী বৰদলৈক সম্বৰ্ধনা

ৰহা, 18 জানুৱাৰীঃ খেলো ইণ্ডিয়াত পদক প্ৰাপ্ত গংগোত্ৰী বৰদলৈক লৈ ৰহাৰ কটহগুৰিত ব্যাপক উছাহৰ ঢল । ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে জিলিকি উঠা গংগোত্ৰী বৰদলৈয়ে গুৱাহাটীত অনুষ্ঠিত তৃতীয় 'খেলো ইণ্ডিয়া' চাইক্লিঙত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ তিনিটাকৈ পদক আজুৰি আনিবলৈ সক্ষম হয়। শুকুৰবাৰে প্ৰতিভাবান গংগোত্ৰী স্বগৃহলৈ অহাৰ লগে লগে ৰহাৰ কটহগুৰিত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।

অঞ্চলটোৰ ৰাইজে গংগোত্ৰীক ৰহাৰ সৰাগাৱঁৰ পৰা ঢোলে দগৰে আদৰি আনে আৰু কটহগুৰি খেলপথাৰত ৰাজহুৱাকৈ সম্বৰ্ধনা জনায় । গংগোত্ৰীক জনসেৱা পুথিভৰাঁল, তিৱা ৰাজ দৰবাৰ, গংগোত্ৰীয়ে অধ্যয়ন কৰা কটহগুৰি নেহৰু প্ৰাথমিক বিদ্যালয়, সৰাগাওঁ হাইস্কুল, কটহগুৰি মধ্য ইংৰাজী বিদ্যালয়, মাছ, আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিৱা ছাত্ৰ সন্থা, ৰহা কৰ্মচাৰী পৰিষদে সম্বৰ্ধনা জনায় ।

লগতে গংগোত্ৰীৰ বাসভৱনত তিৱা স্বায়ত্ব পৰিষদৰ সদস্যসহ তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাই উপস্থিত হৈ খেলুৱৈগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে স্বায়ত্ব পৰিষদৰ পৰা 1 লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰিব বুলি ঘোষণ কৰে । ৰাইজৰ এনে আশীৰ্বাদৰ বাবে গংগোত্ৰী আপ্লুত হোৱাৰ লগতে উৎসাহ লাভ কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।
লগতে পঢ়কঃ 36 ৰাণত পৰাস্ত অষ্ট্ৰেলিয়া : শৃংখলাত সমতা স্থাপন ভাৰতৰ

Intro:ৰহাত চাইক্লিষ্ট গংগোত্ৰী বৰদলৈক সম্বৰ্ধনা , স্বায়ত্ব পৰিষদৰ একলাখ টকা ঘোষণা।
Body:প্ৰতিভাবান চাইক্লিষ্ট গংগোত্ৰী বৰদলৈক লৈ ৰহাৰ কটহগুৰিত ব্যাপক উছাহৰ ঢল। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে জিলিকি উঠা গংগোত্ৰী বৰদলৈয়ে এইবাৰ গুৱাহাটীত অনুষ্ঠিত তৃতীয় 'খেলো ইণ্ডিয়া' চাইক্লিঙত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ তিনিটাকৈ পদক আজুৰি আনিবলৈ সক্ষম হয়। শুক্ৰবাৰে গংগোত্ৰী ৰহাৰ কটহগুৰিৰ স্বগৃহলৈ অহাৰ লগে লগে কটহগুৰিত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। অঞ্চলৰ ৰাইজে গংগোত্ৰীক ৰহাৰ সৰাগাৱঁৰ পৰা ঢোলে দগৰে আদৰি আনে আৰু কটহগুৰি খেলপথাৰত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়। গংগোত্ৰীক জনসেৱা পুথিভৰাঁল, তিৱা ৰাজ দৰবাৰ, গংগোত্ৰীয়ে অধ্যয়ন কৰা কটহগুৰি নেহৰু প্ৰাথমিক বিদ্যালয়, সৰাগাওঁ হাইস্কুল, কটহগুৰি মধ্য ইংৰাজী বিদ্যালয়, মাছ, আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিৱা ছাত্ৰ সন্থা, ৰহা কৰ্মচাৰী পৰিষদ আদিয়ে উষ্ম সম্বৰ্ধনা জনায়। লগতে গংগোত্ৰীৰ বাসভৱনত স্বায়ত্ব পৰিষদৰ সমূহ সদস্য সহ উপস্থিত হৈ তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাই খেলুৱৈ গৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে স্বায়ত্ব পৰিষদৰ পৰা একলাখ টকা এককালীন সাহাৰ্য প্ৰদান কৰিব বুলি ঘোষণ কৰে। ৰাইজৰ আশীৰ্বাদ লাভ কৰি গংগোত্ৰীয়ে আপ্লুত হোৱাৰ লগতে উৎসাহ লাভ কৰা বুলি মন্তব্য কৰে।

Byte - গংগোত্ৰী বৰদলৈ

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.