ETV Bharat / state

কাৰাটেৰ জৰিয়তে বিশ্বজয় কৰাৰ সপোন কলিয়াবৰৰ শতাধিক কণমানিৰ

author img

By

Published : Dec 20, 2021, 5:25 PM IST

কাৰাটেৰ জৰিয়তে বিশ্বজয় কৰাৰ সপোন কলিয়াবৰৰ শতাধিক কণমানিৰ । দুচকুত সোণালী হেপাঁহ আৰু মনত অদম্য সাহস লৈ প্ৰতিদিনেই কলিয়াবৰৰ নাগশঙ্কৰস্থিত ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনত অনুশীলনত ব্যস্ত শতাধিত শিশু(Karate Coaching at Kaliabor) ৷

কাৰাটেৰ জৰিয়তে বিশ্বজয় কৰাৰ সপোন কলিয়াবৰৰ শতাধিক কণমানিৰ
কাৰাটেৰ জৰিয়তে বিশ্বজয় কৰাৰ সপোন কলিয়াবৰৰ শতাধিক কণমানিৰ

কলিয়াবৰ, 20 ডিচেম্বৰ : সমাজৰ উঠি অহা প্ৰজন্মক শাৰীৰিক ভাৱে সুস্থ সবল কৰি গঢ়ি তোলাৰ লগতে ৰাষ্ট্ৰীয় দৰবাৰত নৱ-প্ৰজন্মক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে
প্ৰশিক্ষণ দিয়াত ব‍্যস্ত কলিয়াবৰৰ নাগশঙ্কৰস্থিত ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ যুৱ-প্ৰশিক্ষকসকল(Karate Coaching Classes at Kaliabor) ৷

বৰ্তমান কাৰাটেৰ জৰিয়তে বিশ্বজয় কৰাৰ সপোন কলিয়াবৰৰ শতাধিক কণমানিৰ । দুচকুত সোণালী হেপাঁহ আৰু মনত অদম্য সাহস লৈ প্ৰতিদিনেই কলিয়াবৰৰ নাগশঙ্কৰস্থিত ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনত অনুশীলনত ব্যস্ত এইসকল শিশুসকল ৷ কঠোৰ অনুশীলনৰ সাধ্যত এই কণমানিসকলে নিমিষতে ভাঙিব পাৰে টিউৱ লাইট, পানী ভৰ্তি কলহ, টাইলছ ।

কাৰাটেৰ ব্লেকবেল্ট ডিগ্ৰীধাৰী প্ৰশিক্ষক বিপ্লৱ কুমাৰ শইকীয়াৰ নেতৃত্বত কঠোৰ পৰিশ্ৰমত ব্ৰতী এই শিশুসকল । চৰকাৰী সুবিধা অবিহনেই নিজৰ গাঁঠিৰ ধন ভাঙি ব্লেক-বেল্টধাৰী যুৱ-প্ৰশিক্ষকবিপ্লৱ কুমাৰ শইকীয়াই অতি কম দিনৰ ভিতৰতে এই দলটোক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷

সম্প্ৰতি, আগন্তুক মালেছিয়াত অনুস্থিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰশিক্ষণ দিয়াত ব্যস্ত প্ৰশিক্ষক বিপ্লৱ কুমাৰ শইকীয়া।

লগতে পঢ়ক : Bodousa Cup Football 2021 : চূড়ান্ত খিতাপ দখল লুকাচোকা এফ চি কেৰালাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.