ETV Bharat / state

জল সম্পদ মন্ত্ৰীৰ সমষ্টিতে বান্ধ নিৰ্মাণত ঠিকাদাৰৰ মইমতালি

author img

By

Published : Dec 31, 2019, 7:25 PM IST

Updated : Jan 4, 2020, 1:19 PM IST

বিগত বাৰিষাত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল বৰঘূলী অঞ্চলৰ বৃহৎ কৃষি বান্ধটো। যাৰ ফলত হাজাৰ বিঘা কৃষিভূমি, ভেটি-মাটি, ঘৰ-দুৱাৰ, বিদ্যালয় জাহ যায় ব্ৰহ্মপুত্ৰৰ খহনীয়াত।

Kaliabor Guide Bandh Construction Scam
কলিয়াবৰত বান্ধ নৰ্মানত ঠিকাদাৰৰ দুৰ্নীতি

কলিয়াবৰ, 31 ডিচেম্বৰঃ খহনীয়া পীড়িত বৰঘূলীৰ খহনীয়া ৰোধৰ চেষ্টা প্ৰসহনত পৰিণত হৈছে। এই অভিযোগ বৰঘূলীবাসীৰ। কলিয়াবৰত ব্ৰহ্মপুত্ৰ গাইড-বান্ধ নিৰ্মাণৰ নামত চলা ব্যাপক দুৰ্নীতিৰ ভয়ানক ছবি। কলিয়াবৰৰ বৰঘূলীত ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘৰ জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। ঠিকাদাৰে নিম্নমানৰ জিঅ' বেগ ব্যৱহাৰ কৰা অভিযোগ। বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে এশ বছৰৰ নিশ্চয়তা দিয়া জিঅ' বেগ অৱস্থা দেখিলে চকু কপালত উঠিব সকলোৰে। কম্বলতকৈ নিমজ জিঅ' বেগ ব্যৱহাৰ কৰা কাৰ্যত ক্ষোভিত বৰঘূলীৰ নৈপৰীয়া ৰাইজ। তিনি কিলোমিটাৰ দৈৰ্ঘৰ জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণত ব্যৱহাৰ কৰা লাখ-লাখ জিঅ'বেগৰ ৮০ শতাংশই নিম্নমানৰ বুলি দাবী স্থানীয় ৰাইজৰ। ঠিকাদাৰৰে গোপন বুজাবুজি কৰি জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে গাইড-বান্ধ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ।

কলিয়াবৰত বান্ধ নৰ্মানত ঠিকাদাৰৰ দুৰ্নীতি

উল্লেখযোগ্য যে, বিগত বাৰিষাত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল বৰঘূলী অঞ্চলৰ বৃহৎ কৃষি বান্ধটো। যাৰ ফলত হাজাৰ বিঘা কৃষিভূমি, ভেটি-মাটি, ঘৰ-দুৱাৰ, বিদ্যালয় জাহ যায় ব্ৰহ্মপুত্ৰৰ খহনীয়াত। সম্প্ৰতি জলসম্পদ বিভাগে অঞ্চলটোত আৰম্ভ কৰিছে প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘৰ জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণৰ কাম। কিন্তু এই নিৰ্মাণকাৰ্যত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ স্থানীয় লোকৰ। সেয়েহে জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণৰ কামত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈ স্থানীয় বিধায়ক বিভাগীয় মন্ত্ৰী কেশৱ মহন্তক আহ্বান জনাইছে স্থানীয় লোকে।

Intro:কৈ থাকিলে ওৰকে নপৰে জল সম্পদ বিভাগৰ দুৰ্নীতিৰ কথা

খহনীয়া পীড়িত বৰঘূলীৰ খহনীয়া ৰোধৰ চেষ্টাৰ নামত প্ৰসহন

কলিয়াবৰত ব্ৰহ্মপুত্ৰ গাইড-বান্ধ নিৰ্মাণত নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

জল সম্পদ মন্ত্ৰীৰ সমষ্টিতে বান্ধ নিৰ্মানত ঠিকাদাৰৰ মইমতালিBody:খহনীয়া পীড়িত বৰঘূলীৰ খহনীয়া ৰোধৰ চেষ্টাৰ নামত প্ৰসহনত পৰিণত হৈছে। এই অভিযোগ বৰঘূলীবাসীৰ।
কলিয়াবৰত ব্ৰহ্মপুত্ৰ গাইড-বান্ধ নিৰ্মাণত নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ ভয়ানক ছবি। কলিয়াবৰৰ বৰঘূলীত ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। ঠিকাদাৰে নিম্নমানৰ জিঅ' বেগ ব্যৱহাৰ কৰা অভিযোগ। বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে এশ বছৰৰ গ্যেৰাণ্টী দিয়া জিঅ' বেগ অৱস্থা দেখিলে চকু কপালত উঠিব সকলোৰে। কম্বলতকৈ নিমজ জিঅ' বেগ ব্যৱহাৰ কৰা কাৰ্যত ক্ষোভিত বৰঘূলীৰ নৈপৰীয়া ৰাইজ। তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণত ব্যৱহাৰ কৰা লাখ-লাখ জিঅ'বেগৰ ৮০ শতাংশই নিম্মমানৰ বুলি দাবী স্থানীয় ৰাইজৰ। ঠিকাদাৰৰে গোপন বুজাবুজি কৰি জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে গাইড-বান্ধ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ।
উল্লেখযোগ্য যে, বিগত বাৰিষাত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল বৰঘুলী অঞ্চলৰ বৃহৎ কৃষি বান্ধটো। যাৰ ফলত হাজাৰ বিঘা কৃষিভুমি, ভেটি-মাটি, ঘৰ-দুৱাৰ, বিদ্যালয় জাহ যায় ব্ৰহ্মপুত্ৰৰ খহনীয়াত। সম্প্ৰতি জলসম্পদ বিভাগে অঞ্চলটোত আৰম্ভ কৰিছে প্ৰায় তিনি কিলোমিটাৰ দৈঘ্যৰ জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণৰ কাম। কিন্তু এই নিৰ্মাণকাৰ্যত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ স্থানীয় লোকৰ।
সেয়েহে জিঅ' বেগৰ গাইড-বান্ধ নিৰ্মাণৰ কামত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈ স্থানীয় বিধায়ক বিভাগীয় মন্ত্ৰী কেশৱ মহন্তক আহ্বান জনাইছে স্থানীয় লোকে।Conclusion:visuals
bite
Last Updated : Jan 4, 2020, 1:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.