ETV Bharat / state

কলিয়াবৰৰ ৰাজপথত জ্বলিল ইণ্ডিকা ভিষ্টা - জ্বলিল এখন টাটা ইণ্ডিকা ভিষ্টা

কলিয়াবৰৰ জখলাবন্ধাৰ ৰাজপথতেই অগ্নিদগ্ধ হয় এখন টাটা ইণ্ডিকা ভিষ্টা । যান্ত্ৰিক বিজুতিৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে।

কলিয়াবৰৰ ৰাজপথত জ্বলিল এখন টাটা ইণ্ডিকা ভিষ্টা
author img

By

Published : Oct 27, 2019, 3:27 PM IST

কলিয়াবৰ,২৭ অক্টোবৰঃ কলিয়াবৰৰ জখলাবন্ধাত জ্বলিল এখন টাটা ইণ্ডিকা ভিষ্টা বাহন। ৰাজপথৰ দাঁতিত ৰখাই থোৱা অৱস্থাতে জ্বলি উঠে বাহনখন।

কলিয়াবৰৰ ৰাজপথত জ্বলিল এখন টাটা ইণ্ডিকা ভিষ্টা

কলিয়াবৰৰ জখলাবন্ধাৰ ৰাজপথত ৰাখি থোৱা অৱস্থাত অগ্নিদগ্ধ হয় এখন টাটা ইণ্ডিকা ভিষ্টা বাহন । দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ (AS01 AT 7127)। যান্ত্ৰিক বিজুতিৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে। ততাতৈয়াকে অগ্নি নিৰ্বাপক বাহিনীক ঘটনাটো অৱগত কৰাৰ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আহি জুই নুমুৱাই যদিও ইণ্ডিকাখনৰ ইঞ্জিন সমূলি ভষ্মীভূত হয়। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ গৰাকী হোজাই নীলবাগানৰ বিল্লাল উদ্দিন বুলি জানিব পৰা গৈছে। উক্ত ঘটনাটোত কোনো লোকৰ হতা-হত হোৱা নাই বুলি জানিবপৰা গৈছে ।

Intro:কলিয়াবৰত জ্বলিল টাটা ইণ্ডিকা ভিষ্টা

সৌভাগ‍্যক্ৰমে হোৱা নাই কোনো হতা-হত
Body:কলিয়াবৰৰ জখলাবন্ধাত জ্বলিল টাটা ইণ্ডিকা ভিষ্টা। ৰাজপথৰ দাঁতিত ৰখাই থোৱা অৱস্থাতে জ্বলিল গাড়ীখন। অগ্নিদগ্ধ গাড়ীখনৰ নম্বৰ এ. এচ. ০১ এ. টি. ৭১২৭ (AS01 AT 7127)। যান্ত্ৰিক বিজুতিৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে।
ততাতৈয়াকে অগ্নি নিৰ্বাপন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্মী আহি জুই নুমুৱাই যদিও ইণ্ডিকাখনৰ ইঞ্জিন অংশ সমূলি নষ্ট হয়।
গাড়ীখনৰ গৰাকী হোজাই নীলবাগানৰ বিল্লাল উদ্দিন বুলি জানিব পৰা গৈছে। সৌভাগ‍্য ক্ৰমে কোনো লোক হতা-হত হোৱা নাই ঘটনাটোত।Conclusion:visuals
bite public
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.