ETV Bharat / state

কলিয়াবৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

author img

By

Published : Apr 21, 2021, 9:49 PM IST

শান্তিপুৰ গাঁৱৰ এঘৰ লোকৰ ঘৰৰ পক্ষীধন থকা ভৰালৰ পৰা শিলঘাট বন বিভাগে উদ্ধাৰ কৰে এডাল অজগৰ । খাদ‍্যৰ সন্ধানত অহা অজগৰ ডালক ৰাইজে সুৰক্ষিত অৱস্থাত বন বিভাগক চমজাই দিয়ে ।

কলিয়াবৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
কলিয়াবৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

কলিয়াবৰ,21এপ্ৰিলঃ কলিয়াবৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ । শান্তিপুৰ গাঁৱৰ এঘৰ লোকৰ ঘৰৰ পক্ষীধন থকা ভৰালৰ পৰা শিলঘাট বন বিভাগে উদ্ধাৰ কৰে অজগৰ ডাল । খাদ‍্যৰ সন্ধানত অহা অজগৰ ডালক ৰাইজে সুৰক্ষিত অৱস্থাত বন বিভাগক চমজাই দিয়ে ।

কলিয়াবৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
কলিয়াবৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

উল্লেখযোগ্য যে, তেৰ ফুট দৈঘ্যৰ সাপ ডালৰ ওজন প্ৰায় 25 কেজি হ’ব বুলি জানিব পৰা গৈছে । সাপডাল উদ্ধাৰ কৰি স্থানীয় শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলত বনবিভাগে মোকোলাই দিয়ে ।

লগতে পঢ়কঃ ভিটালী দাসৰ স্বাস্থ্যৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.