ETV Bharat / state

বুলেট বিচৰা যুৱকক হিমন্তৰ উত্তৰঃ যুৱকক বুলেট দিলে পিছফালে উঠিবলৈ লাগিব ছোৱালী !

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যুৱকৰ প্ৰশ্নঃ ছাৰ বুলেট কেতিয়া দিব ? প্ৰত্যুত্তৰত মন্ত্ৰীৰ ৰসাল উত্তৰঃ বুলেট দিলে পিছফালে উঠিবলৈ লাগিব ছোৱালী ।

author img

By

Published : Jan 26, 2021, 10:37 PM IST

himanta-comment-on-bullet
বুলেট বিচৰা যুৱকক হিমন্তৰ উত্তৰ, যুৱকক বুলেট দিলে পিছফালে উঠিবলৈ লাগিব ছোৱালী !

নগাঁও, 26 জানুৱাৰী : নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলনস্থলীতো বুলেটৰ প্ৰসঙ্গ ৷ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত পতাকা উত্তোলন কৰি ওলাই অহাৰ পিছতে স্বাস্থ্য, শিক্ষা, বিত্ত আদি দপ্তৰৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক যুৱকৰ প্ৰশ্নঃ ছাৰ বুলেট কেতিয়া দিব ? প্ৰত্যুত্তৰত মন্ত্ৰীৰ ৰসাল উত্তৰঃ বুলেট দিলে পিছফালে উঠিবলৈ লাগিব ছোৱালী । এতিয়া মন্ত্ৰী ড৹ হিমন্তৰ এই ৰসাল উত্তৰৰ ভিডিঅ’ সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল ৷

উল্লেখ্য যে, মঙলবাৰে সমগ্ৰ দেশৰ লগতে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত জিলা প্ৰশাসনে আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ একাংশ যু’কৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অতি খুহুতিয়াকৈ দিছিল এই উত্তৰ ৷

লগতে পঢ়ক : গণৰাজ্য দিৱসৰ পৰিৱৰ্তে নগাঁৱত স্বাধীনতা দিৱস পালিলে মন্ত্ৰী হিমন্তই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.