নগাওঁ, 23 জুনঃ পবিত্ৰ হজ যাত্ৰাৰ বাবে নগাঁৱৰ পৰা এইবেলি সাজু হৈছে ১৬৭ গৰাকী হজযাত্ৰী। হজযাত্ৰী সকলৰ প্ৰশিক্ষণৰ বাবে মক্কাৰ আৰ্হিত মিনাৰ নিৰ্মাণ কৰি বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে নগাওঁ জিলা জমিয়তে। দেওবাৰে নগাঁৱৰ লাওগাৱঁত নগাওঁ জিলা জমিয়তৰ লগতে লাওগাঁও আঞ্চলিক জমিয়তে লাওগাৱঁত প্ৰশিক্ষণ দিয়ে নগাঁৱৰ পৰা যাত্ৰা কৰিবলগীয়া হজ যাত্ৰীসকলক। লগতে জমিয়তৰ উদ্যোগত হজ যাত্ৰীসকলক সম্বৰ্ধনাও জ্ঞাপন কৰা হয়।
জমিয়তৰ উদ্যোগত নগাঁৱত হজযাত্ৰীৰ প্ৰশিক্ষণ - নগাওঁ
দেওবাৰে নগাঁৱৰ লাওগাৱঁত নগাওঁ জিলা জমিয়তৰ লগতে লাওগাঁও আঞ্চলিক জমিয়তে লাওগাৱঁত প্ৰশিক্ষণ দিয়ে নগাঁৱৰ পৰা যাত্ৰা কৰিবলগীয়া হজযাত্ৰীসকলক।
জমিয়তৰ উদ্যোগত নগাঁৱত হজ যাত্ৰীৰ প্ৰশিক্ষণ
নগাওঁ, 23 জুনঃ পবিত্ৰ হজ যাত্ৰাৰ বাবে নগাঁৱৰ পৰা এইবেলি সাজু হৈছে ১৬৭ গৰাকী হজযাত্ৰী। হজযাত্ৰী সকলৰ প্ৰশিক্ষণৰ বাবে মক্কাৰ আৰ্হিত মিনাৰ নিৰ্মাণ কৰি বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে নগাওঁ জিলা জমিয়তে। দেওবাৰে নগাঁৱৰ লাওগাৱঁত নগাওঁ জিলা জমিয়তৰ লগতে লাওগাঁও আঞ্চলিক জমিয়তে লাওগাৱঁত প্ৰশিক্ষণ দিয়ে নগাঁৱৰ পৰা যাত্ৰা কৰিবলগীয়া হজ যাত্ৰীসকলক। লগতে জমিয়তৰ উদ্যোগত হজ যাত্ৰীসকলক সম্বৰ্ধনাও জ্ঞাপন কৰা হয়।
Intro:জমিয়তৰ উদ্যোগত নগাঁৱত হজ যাত্ৰীৰ প্ৰশিক্ষণ।
Body:পবিত্ৰ হজ যাত্ৰাৰ বাবে নগাঁৱৰ পৰা এইবেলি সাজু হৈছে ১৬৭ গৰাকী হজ যাত্ৰী। হজ যাত্ৰী সকলৰ প্ৰশিক্ষণৰ বাবে মক্কাৰ আৰ্হিত মিনাৰ নিৰ্মান কৰি বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে নগাওঁ জিলা জমিয়তে। দেওবাৰে নগাঁৱৰ লাওগাৱঁত নগাওঁ জিলা জমিয়তৰ লগতে লাওগাও আঞ্চলিক জমিয়তে লাওগাৱঁত প্ৰশিক্ষণ দিয়ে নগাঁৱৰ পৰা যাত্ৰা কৰিবলগীয়া হজ যাত্ৰীসকলক। লগতে জমিয়তৰ উদ্যোগত হজ যাত্ৰীসকলক সম্বৰ্ধনাও জ্ঞাপন কৰা হয়।
bite.
----------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৩-৬-১৯
Conclusion: