- নগাঁও আৰক্ষীৰ চাইবাৰ চেলৰ সহায়ত কৰায়ত্ত চাৰিটাকৈ চোৰ
- চোৰকেইটাৰ পৰা উদ্ধাৰ 56 টাকৈ ম’বাইল
- ধৃত চোৰকেইটা গেৰুৱাআটিৰ মোস্তাকিম হুছেইন,চেইখ ফৰিদ, আনোৱাৰ হুছেইন আৰু ইচব আলী
- এই চোৰৰ দলটোৱে কিছুদিন পূৰ্বে বৰমা দৈনিক বজাৰৰ মোবাইলৰ দোকানত সংঘটিত কৰিছিল চুৰিকাণ্ডচামগুৰি আৰক্ষীৰ জালত চোৰৰ দল
চামগুৰি আৰক্ষীৰ জালত চোৰৰ দল - চোৰৰ দল
শনিবাৰে চামগুৰি আৰক্ষীৰ জালত পৰিল এটা বৃহৎ চোৰৰ দল
![চামগুৰি আৰক্ষীৰ জালত চোৰৰ দল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4099791-969-4099791-1565442346639.jpg?imwidth=3840)
চামগুৰি আৰক্ষীৰ জালত চোৰৰ দল
- নগাঁও আৰক্ষীৰ চাইবাৰ চেলৰ সহায়ত কৰায়ত্ত চাৰিটাকৈ চোৰ
- চোৰকেইটাৰ পৰা উদ্ধাৰ 56 টাকৈ ম’বাইল
- ধৃত চোৰকেইটা গেৰুৱাআটিৰ মোস্তাকিম হুছেইন,চেইখ ফৰিদ, আনোৱাৰ হুছেইন আৰু ইচব আলী
- এই চোৰৰ দলটোৱে কিছুদিন পূৰ্বে বৰমা দৈনিক বজাৰৰ মোবাইলৰ দোকানত সংঘটিত কৰিছিল চুৰিকাণ্ডচামগুৰি আৰক্ষীৰ জালত চোৰৰ দল
Intro:👉লক্ষাধিক টকাৰ চুৰি ম'বাইল সহ চামগুৰি আৰক্ষীৰ জালত চোৰৰ এটা বৃহৎ গেং।
👉নগাও আৰক্ষীৰ চাইবাৰ চেলৰ সহায়ত কৰায়ত্ব কৰে চাৰিটাকৈ চোৰক, উদ্ধাৰ কৰিছে ৫৬ টাকৈ চুৰি মবাইল।Body:👉ধৃত চোৰকেইটা গেৰুৱাআটিৰ মোস্তাকিম হুছেইন, চেইখ ফৰিদ, আনোৱাৰ হুছেইন আৰু ইচব আলী।
👉কেইদিনমান পূৰ্বে ধৃত চোৰৰ গেংটোৱে বৰমা দৈনিক বজাৰৰ এখন মোবাইলৰ দোকানত সংঘটিত কৰিছিল এক চাঞ্চ্যলকৰ চুৰিকাণ্ড।Conclusion:photos