ETV Bharat / state

বাৰ কাউঞ্চিলৰ উত্তৰ-পূব শাখাৰ নৱ নিৰ্বাচিত উপ সভাপতিক সম্বৰ্ধনা - North East Bar Council

বাৰ কাউঞ্চিলৰ উত্তৰ পূব শাখাৰ উপ সভাপতি হিচাপে নিৰ্বাচিত নগাঁও উকীল সন্থাৰ সভাপতি আবুল হাচেম খন্দকাৰ (Advocate AH Khandakar being facilitate ) । উৎফুল্লিত নগাঁৱৰ অধিবক্তা সমাজ । জ্যেষ্ঠ অধিবক্তাগৰাকীক বিভিন্ন সংগঠনৰ সম্বৰ্ধনা জ্ঞাপন ।

felicitation-to-newly-elected-vice-president-of-north-east-wing-of-bar-council
বাৰ কাউঞ্চিলৰ উত্তৰ-পূব শাখাৰ নৱ নিৰ্বাচিত উপ সভাপতিক সম্বৰ্ধনা
author img

By

Published : May 15, 2022, 10:27 PM IST

নগাঁও, 15 মে' : বাৰ কাউঞ্চিলৰ উত্তৰ পূব শাখাৰ উপ সভাপতি হিচাপে নিৰ্বাচিত হ'ল নগাঁও উকীল সন্থাৰ সভাপতি (Nagaon Lawyers Association President) তথা জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খন্দকাৰ (Advocate AH Khandakar facilitate for elected Vice President)। বাৰ কাউঞ্চিলৰ উত্তৰ-পূৱ শাখাৰ উপ সভাপতি হিচাপে নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খন্দকাৰ নিৰ্বাচিত হোৱাত নগাঁৱৰ অধিবক্তা সমাজৰ লগতে উৎফুল্লিত হৈ পৰে নগাঁৱৰ বিভিন্ন সামাজিক সংগঠন ।

বাৰ কাউঞ্চিলৰ উত্তৰ-পূব শাখাৰ নৱ নিৰ্বাচিত উপ সভাপতিক সম্বৰ্ধনা

বাৰ কাউঞ্চিলৰ উত্তৰ পূৱ শাখাৰ (North East Bar Council) উপসভাপতি হিচাপে নিৰ্বাচিত হৈ ইতিমধ্যেই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত নগাঁও উকীল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খন্দকাৰক সম্বৰ্ধনা জ্ঞাপন কৰে বিভিন্নজনে । শনিবাৰে আৰু দেওবাৰে জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খন্দকাৰৰ বাসগৃহত উপস্থিত হৈ বহু জ্যেষ্ঠ ব্যক্তিৰ লগতে সামাজিক সংগঠনসমূহেও তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে ।

ইফালে, নগাঁৱৰ সামাজিক সংগঠন উত্তৰণ জনকল্যান সমিতিৰ সদস্যসকলেও অধিবক্তা আবুল হাচেম খন্দকাৰৰ সম্বৰ্ধনা জনায় । বাৰ কাউঞ্চিলৰ উত্তৰ পূৱ শাখাৰ উপসভাপতি হিচাপে নিৰ্বাচিত নগাঁও উকীল সন্থাৰ সভাপতি আবুল হাচেম খন্দকাৰক সম্বৰ্ধনা জ্ঞাপন কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখযোগ্য যে, কা' আন্দোলনকে আদি কৰি বিভিন্ন দল সংগঠনৰ বহু কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আহিছে অধিবক্তা আবুল হাচেম খন্দকাৰে । লগতে নগাঁৱৰ বিভিন্ন সামাজিক কাজতো জড়িত জেষ্ঠ অধিবক্তাগৰাকী ।

লগতে পঢ়ক : ভাৰত বিশ্বৰ ক্ৰুজ পর্যটনৰ প্ৰাণকেন্দ্র হ'বলৈ গৈ আছে : সর্বানন্দ সােণােৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.