ETV Bharat / state

নগাঁও আৰক্ষীৰ অভিযানত উৎখাত জাল নোটৰ বৃহৎ চক্ৰ - Nagaon police

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জি কলিতাৰ নেতৃত্বত চামগুৰিত চলোৱা এক অভিযানত উৎখাত হৈছে জাল নোটৰ অবৈধ চক্ৰ ৷ এই অভিযানত চাৰি লাখ টকাৰ নকল নোট,জালনোট তৈয়াৰ কৰা যন্ত্ৰ জব্দ হয় ৷ ছয় জনকৈ জালনোট ব্যৱসায়ীক আৰক্ষীৰ আটক ৷

উৎখাত জাল নোটৰ বৃহৎ চক্ৰ
author img

By

Published : Aug 25, 2019, 12:05 PM IST

Updated : Aug 25, 2019, 3:43 PM IST

নগাঁও,25 আগষ্টঃ নগাওঁ আৰক্ষীৰ অভিযানত উৎখাত হ'ল অবৈধ জাল নোট প্ৰস্তুত কৰা এক বৃহৎ চক্ৰ ।ওৰে নিশা আৰক্ষীয়ে অভিযান চলাই লাভ কৰে এই সাফল্য ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জি কলিতাৰ নেতৃত্বত নগাঁৱৰ চামগুৰিত চলোৱা এই অভিযানত আৰক্ষীয়ে চাৰি লাখ টকাৰ নকল নোট জব্দ কৰাৰ লগতে এটা জালনোট তৈয়াৰী যন্ত্ৰও উদ্ধাৰ কৰে ।

চামগুৰিৰ গেন্ধালিৰ ক্ষীৰোদ বৰগোহাঞি নামৰ লোকজনৰ ঘৰত চলোৱা এই আভিযানত আৰক্ষীয়ে আটক কৰে ছয় জনকৈ জালনোট ব্যৱসায়ীক । আটকাধীন লোককেইজন ক্ৰমে বিহপুৰীয়াৰ সুৰুজ আলী,ৰছিদ আলী, বিল্লাল হুছেইন , চামগুৰিৰ মহিম গগৈ, ক্ষীৰোদ বৰগোহাঞি আৰু কামালুদ্দিন। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

Intro:নগাওঁ আৰক্ষীৰ অভিযানত উৎখাত জাল নোট প্ৰস্তুত কৰা বৃহৎ চক্ৰ। Body:চামগুৰিত ওৰে নিশা নগাও আৰক্ষীৰ বৃহত অভিযান।
অভিযানত জব্দ জালনোট তৈয়াৰী যন্ত্ৰ।
আৰক্ষীয়ে জব্দ কৰিছে চাৰি লাখ টকাৰ নকল নোট।
চামগুৰিৰ গেন্ধালিৰ ক্ষীৰোদ বৰগোহাঞি নামৰ লোকজনৰ ঘৰত চলাইছিল আভিযান।
আৰক্ষীয়ে আটক কৰিছে ছয় জনকৈ জালনোট ব্যবসায়ীক।
আটক বিহপুৰীয়াৰ সুৰুজ আলী,ৰছিদ আলী, বিল্লাল হুছেইন আৰু চামগুৰিৰ মহিম গগৈ, ক্ষীৰোদ বৰগোহাঞি আৰু কামালুদ্দিন।
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জি কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান।
Bite. ৰজি কলিতা
_________________:;_;;:;;_________
ৰকিবুল ওৱাহিদ, নগাওঁ
25-8-19Conclusion:
Last Updated : Aug 25, 2019, 3:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.