ETV Bharat / state

নগাঁৱত উপস্থিত নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান

author img

By

Published : Feb 15, 2021, 2:21 PM IST

Updated : Feb 15, 2021, 4:41 PM IST

সোমবাৰে নগাঁও জিলাত আহি উপস্থিত হয় ভাৰতীয় নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান ধৰ্মেন্দ্ৰ শৰ্মা ৷ বিষয়াগৰাকীয়ে ৰহা আৰু নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বহুকেইটা ভোটকেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বিষয়ে জিলা প্ৰশাসনৰ পৰা বুজ লয় ।

election comission_officals_visited nagaon
নগাঁৱত উপস্থিত নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান

নগাঁও, 15 ফেব্ৰুৱাৰী : সোমবাৰে ভাৰতীয় নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান ধৰ্মেন্দ্ৰ শৰ্মা নগাঁৱত আহি উপস্থিত হয় ৷ নগাঁৱত উপস্থিত হৈ তেখেতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বিষয়ে জিলা প্ৰশাসনৰ পৰা বুজ লয় ।

ইয়াৰ উপৰিও বিষয়াগৰাকীয়ে ৰহা আৰু নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বহুকেইটা ভোটকেন্দ্ৰ পৰিদৰ্শন কৰে ৷ লগতে ভোটকেন্দ্ৰ কেইটাৰ নিম্নতম সা-সুবিধাৰ বিষয়েও বুজ লয় ধৰ্মেন্দ্ৰ শৰ্মাই । বিষয়াগৰাকীয়ে এই পৰিদৰ্শন কালত আগন্তুক বিধানসভা নিৰ্বাচনৰ ওপৰত নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহত সন্তোষ প্ৰকাশ কৰে । এই ভ্ৰমণ কালত তেখেতক সংগ প্ৰদান কৰে মুখ্য নিৰ্বাচনী বিষয়া নিটিন খাৰে, আই জি পি দীপক কেডিয়াকে ধৰি কেইবাগৰাকীও আমোলা-বিষয়াই ।

লগতে পঢ়ক: বকোত হতাশাগ্ৰস্ত শিক্ষকৰ আত্মহনন

Last Updated : Feb 15, 2021, 4:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.