ETV Bharat / state

ধ্বংসৰ দিশে নগাঁও জিলাৰ কামপুৰৰ দুখনকৈ বীজ পাম - Dying seeds factory needs government support in Nagaon

বীজ পাম দুখনৰ পয়ালগা অৱস্থাৰ বাবে সমস্যাত পৰিছে কৃষক। চৰকাৰে কৃষি বিভাগৰ ব্যাপক উন্নয়ণৰ শ্লগান দি থকাৰ সময়তে দুখনকৈ বীজ পামে মৃত্যু মুখলৈ গতি কৰাত কৃষি বিভাগৰ প্ৰকৃত ছবি খন উদঙাই তুলিছে বুলি মন্তব্য কৰিছে কৃষকে।

Nagaon
author img

By

Published : May 10, 2019, 11:45 AM IST

বঢ়মপুৰ,10 মে': ধোৱা চাঙত ৰাজ্যৰ কৃষি বিভাগৰ উন্নয়ণ। চৰকাৰ হেমাহিৰ বাবে চৰণীয়া পথাৰলৈ পৰিণত নগাঁও জিলাৰ কামপুৰ কৃষিখণ্ডৰ অন্তৰ্গত কলাইখোৱা বীজ পাম আৰু কঠালগুৰী বীজ পাম ৷

ধ্বংসৰ দিশে নগাঁও জিলাৰ কামপুৰৰ দুখনকৈ বীজ পাম

আন্তঃগাঠনিৰ অভাৱত পৰি ৰৈছে কঠালগুৰীৰ 20 হেক্টৰ আৰু কলাইখোৱা 8 হেক্টৰ মাটিত থকা বীজ পাম দুখন। বীজ পাম দুখনৰ চৌহদত বেৰাৰ ব্যৱস্থা নথকাৰ লগতে, ৰখীয়াৰ অভাৱ,বাসগৃহৰ অভাৱৰ উপৰিও অন্য ধৰণৰ আন্তঃগাঠনি উন্নয়ন নোহোৱাৰ বাবে মৃত্যু মুখলৈ গতি কৰিছে উৎপাদনৰ অতিকে সম্ভৱনা থকা বীজ পাম দুখনে।

লগতে পঢ়ক : শুকুৰবাৰে অন্ত পৰিব ষষ্ঠ পৰ্য়ায়ৰ নিৰ্বাচনৰ প্ৰচাৰ

উল্লেখ্য যে পূৱ কঠালগুৰী বীজ পামত ব্যাপক পৰিমাণত কুঁহিয়াৰ উৎপাদন হোৱাৰ লগতে কলাইখোৱা বীজ পামত ধান উৎপাদন হৈছিল আৰু কৃষকে ইয়াৰ পৰা উন্নত মানৰ বীজ সংগ্ৰহ কৰিব পাৰিছিল। কিন্ত বীজ পাম দুখনৰ পয়ালগা অৱস্থাৰ বাবে সমস্যাত পৰিছে কৃষক। চৰকাৰে কৃষি বিভাগৰ ব্যাপক উন্নয়ণৰ শ্লগান দি থকাৰ সময়তে দুখনকৈ বীজ পামে মৃত্যু মুখলৈ গতি কৰাত কৃষি বিভাগৰ প্ৰকৃত ছবিখন উদঙাই তুলিছে বুলি মন্তব্য কৰিছে কৃষকে। কৃষি বিভাগটোৰ এই পয়ালগা ছবিখনৰ কথা স্বীকাৰ কৰিছে নগাঁও জিলাৰ কৃষি বিষয়া অশোক শৰ্মা খাউণ্ডে। তেওঁ বীজ পাম দুখনৰ আন্তঃগাঠনিৰ উন্নয়ণকে ধৰি বিভিন্ন দিশৰ উন্নয়ণ কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে।

Intro:ৰাজ্যৰ কৃষি বিভাগৰ ফোপোলা স্বৰূপ ।ধ্বংসৰ দিশে নগাঁও জিলাৰ কামপুৰৰ দুখনকৈ বীজ পাম ।

Anchor=ঢোৱা চাঙত ৰাজ্যৰ কৃষি বিভাগৰ উন্নয়ণ ।পৰিবৰ্তনৰ শ্লগান দিয়া চৰকাৰ খনৰ দিনতে নগাঁও জিলাৰ কামপুৰ কৃষিখণ্ডৰ অন্তৰ্গত কলাইখোৱাবীজ পাম আৰু কঠালগুৰী কঠালগুৰী বীজ পামৰ বাজিল মৃত্যু ঘণ্টা ।বীজপাম গৈ চৰণীয়া পথাৰত পৰিণত হোৱাৰ পিছটো কাণষাৰ নাই অতুল বৰাৰ কৃষি বিভাগৰ ।

Body:V/o=ৰাজ্যৰ কৃষিবিভাগৰ দুখ লগা ছবি ।চৰকাৰৰ হেমাহিৰ বাবে চৰনীয়া পথাৰলৈ পৰিণত হৈছে নগাঁও জিলাৰ কামপুৰ কৃষি খণ্ডৰ অন্তৰ্গত কলাইখোৱা আৰু কঠালগুৰী বীজ পামৰ ।উল্লেখ্য যে কঠালগুৰি বীজপামত ২০ হেক্টৰ আৰু কলাইখোৱা বীজ পামত ৮ হেক্টৰ মাটি থকা বীজ পাম দুখনত বছৰ বছৰ ধৰি কোনো চৰকাৰী আঁচনি লোৱা হোৱা নাই।বীজ পাম দুখনৰ চৌহদত বেৰাৰ ব্যৱস্থা নাই ৰখীয়াৰ অভাৱ ; বাসগৃহৰ অভাৱৰ লগতে অন্য ধৰনৰ আন্তঃগাঠনি উন্নয়ন নোহোৱাৰ বাবে উৎপাদনৰ অতিকে সম্ভৱনা থকা বীজ পাম দুখনে এতিয়া মৃত্যু মুখলৈ গতি কৰিছে ।উল্লেখ্য যে পূৰ্ব্বতে কঠালগুৰী বীজ পামত ব্যাপক পৰিমানত কুঁহিয়াৰ উৎপাদন হোৱাৰ লগতে কলাইখোৱাত বীজ পামত ধান উৎপাদন হৈছিল আৰু কৃষকে ইয়াৰ পৰা উন্নত মানৰ বীজ সংগ্ৰহ কৰিব পাৰিছিল ।কিন্ত বীজ পাম দুখনৰ মৃত্যু ঘণ্টা বজাত তীব্ৰ সমস্যাত পৰিছে কৃষক ।চৰকাৰে কৃষি বিভাগৰ ব্যাপক উন্নয়ণৰ শ্লগান দি থকাৰ সময়তে দুখনকৈ বীজ পামে মৃত্যু মুখলৈ গতি কৰাত কৃষি বিভাগৰ প্ৰকৃত ছবি খন উদঙাই তুলিছে বুলি মন্তব্য কৰিছে কৃষকে ।

Byte=কৃষক ।

Conclusion:V/o=ইয়ালে কৃষি বিভাগটোৰ এই পয়ালগা ছবি খনৰ কথা স্বীকাৰ কৰিছে নগাঁওজিলাৰ কৃষি বিষয়া অশোক শৰ্মা খাউণ্ডে ।তেওঁ বীজ পাম দুখনৰ আন্তঃগাঠনি উন্নয়ণকে ধৰি বিভিন্ন দিশৰ উন্নয়ণ কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.