ETV Bharat / state

বিজেপিৰ মুখপাত্ৰ মমিনুল আওৱালৰ বিৰুদ্ধে ধিং আৰু মৈৰাবাৰী থানাত এজাহাৰ

author img

By

Published : Jan 23, 2020, 11:45 PM IST

বিজেপিৰ মুখপাত্ৰ মমিনুল আওৱালৰ বিৰুদ্ধে ধিং আৰু মৈৰাবাৰী পৃথকে পৃথকে থানাত এজাহাৰ । সংবাদ মাধ্যমত বিধায়ক আমিনুল ইছলামক অপমান কৰাৰ বাবে উত্তাল ধিং সমষ্টি । মমিনুল আওৱালক যতেই পাই ততেই ধৰিবলৈ আহ্বান এ আই ইউ ডি এফৰ নেতাবৃন্দৰ ৷

DHING AIUDF FIR AGAINST MOMINUL AOUWAL
বিজেপিৰ মুখপাত্ৰ মমিনুল আওৱালৰ বিৰুদ্ধে ধিং আৰু মৈৰাবাৰী থানাত এজাহাৰ

ধিং, 23 জানুৱাৰীঃ ভাতৃ-ঘাতী সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে বিজেপি দলৰ মুখপাত্ৰ মমিনুল আওৱালে । সংবাদ মাধ্যমৰ আলোচনাচক্ৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ লগতে মিঞা, মুছলমান জাতিৰ নাম লৈ অশ্লীল গালি গালাজ পাৰি অপমান কৰাৰ পিছতেই সৰব হৈ পৰিছে এ আই ইউ ডি এফৰ নেতৃত্ব ।

বিজেপিৰ মুখপাত্ৰ মমিনুল আওৱালৰ বিৰুদ্ধে ধিং আৰু মৈৰাবাৰী থানাত এজাহাৰ

বৃহস্পতিবাৰে বিজেপি দলৰ মুখপাত্ৰ মমিনুল আঁওৱালেৰ বিৰুদ্ধে ধিং আৰু মৈৰাবাৰী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিলে এ আই ইউ ডি এফৰ নেতা কৰ্মীয়ে । সংবাদ মাধ্যমত আলোচনাচক্ৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক মমিনুল আওৱালে অপমান কৰাৰ বাবে এতিয়া উত্তাল ধিং সমষ্টি । সমষ্টিটোৰ বিভিন্ন ঠাইত মমিনুল আওৱালৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । এ আই ইউ ডি এফৰ কৰ্মী সমৰ্থকৰ দাবী যে মমিনুল আওৱালক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰক চৰকাৰে । তদুপৰি এ আই ইউ ডি এফ কৰ্মীৰ ঘোষণা মুছলমান জাতিক অপমান কৰা জন মুছলমান হ'ব নোৱাৰে । এ আই ইউ ডি এফৰ নেতা কৰ্মীৰ সঁকিয়নি মমিনুল আওৱালৰ সাহস আছে যদি সংখ্যালঘু অঞ্চলত গৈ এনেধৰণৰ মন্তব্য কৰি দেখুৱাওক ।

উল্লেখ্য যে মমিনুল আওৱালক য'তেই পাই ততেই ধৰিবলৈ মুছলমান যুৱক সকললৈ আহ্বান জনাই এ আই ইউ ডি এফৰ কেইজন মান নেতাই ।

লগতে পঢ়ক:ৰাজ্যত শীঘ্ৰে প্ৰৱৰ্তন হ'ব ইনাৰ লাইন পাৰ্মিট

Intro:বিজেপিৰ মুখপাত্র মমিনুল আঁওৱালৰ বিৰুদ্ধে ধিং আৰু মৈৰাবাৰী পৃথকে পৃথকে থানাত এজাহাৰ ।এটা News web portal ৰ Talk show ত বিধায়িক আমিনুল ইছলামক অপমান কৰাৰ বাবে উত্তাল ধিং সমষ্টি। মমিনুল আঁওৱালক যতেই পাই ততেই ধৰিবলৈ আহ্বান এ আই ইউ ডি এফৰ ।Body:ভাতৃ-ঘাতি সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে বিজেপি দলৰ মুখপাত্র মমিনুল আঁওৱালে । ব্যক্তিগত টকছত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ লগতে মিঞা, মুছলমান জাতিৰ নাম লৈ অশ্লীল গালি গালাজ পাৰি অপমান কৰাৰ পিছতেই সৰব হৈ পৰিছে এ আই ইউ ডি এফৰ নেতৃত্ব । বৃহস্পতিবাৰে বিজেপি দলৰ মুখপাত্র মমিনুল আঁওৱালেৰ বিৰুদ্ধে ধিং আৰু মৈৰাবাৰী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিলে এ আই ইউ ডি এফৰ নেতা কৰ্মীয়ে । এটা News web portal ৰ Talk show ত ধিং সমষ্টিৰ বিধায়িক আমিনুল ইছলামক মমিনুল আঁওৱালে অপমান কৰাৰ বাবে এতিয়া উত্তাল ধিং সমষ্টি। সমষ্টিটোৰ বিভিন্ন ঠাইত মমিনুল আওৱালৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । এ আই ইউ ডি এফৰ কৰ্মী সমৰ্থকৰ দাবী মমিনুল আঁওৱালক গ্ৰেপ্তাৰ কৰি শাস্তি প্রদান কৰক চৰকাৰে । তদুপৰি এ আই ইউ ডি এফ কৰ্মীৰ ঘোষণা মুছলমান জাতিক অপমান কৰা জন মুছলমান হব নোৱাৰে । এ আই ইউ ডি এফৰ নেতা কৰ্মীৰ সকিয়নি মমিনুল আঁওৱালৰ সাহস আছে যদি সংখ্যালঘু অঞ্চলত গৈ এনেধৰণৰ মন্তব্য কৰি দেখুৱাওক । তাৎপর্য পূৰ্ণ কথা যে মমিনুল আঁওৱালক যতেই পাই ততেই ধৰিবলৈ মুছলমান যুৱক সকললৈ আহ্বান জনাই এ আই ইউ ডি এফৰ কেইজন মান নেতাই । চাওঁক কিদৰে মন্তব্য কৰিছে ধিং সমষ্টিৰ দলীয় কৰ্মীয়ে । File no- 807_________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.