ETV Bharat / state

নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰত ভক্তৰ ভিৰ

author img

By

Published : Mar 4, 2019, 1:58 PM IST

Updated : Mar 4, 2019, 4:12 PM IST

মহা শিৱৰাত্ৰি উপলক্ষ্যে এতিহ্যমণ্ডিত শিৱমন্দিৰটোত পুৱাৰে পৰা পৰিলক্ষিত হৈছে ভক্তৰ লানি নিছিগা সোঁত

আজি মহাশিৱৰাত্ৰী

নগাঁও, ৪ মাৰ্চ : আজি মহাশিৱৰাত্ৰি। সমগ্ৰ ৰাজ্যজুৰি চলিছে দেৱা দি দেৱ মহাদেৱৰ বন্দনা । ৪৫ বছৰীয়া পুৰণি নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱমন্দিৰতো পুৱাৰে পৰা চলিছে মহাদেৱৰ আৰাধনা ।

আজি মহাশিৱৰাত্ৰী

পুৱাৰ পৰাই নগাঁৱৰ এই এতিহ্যমণ্ডিত শিৱমন্দিৰটোত ভক্তৰ লানি নিছিগা সোঁত বয় । শিৱৰাত্ৰী উপলক্ষে নিজৰ মনোবাঞ্চা পূৰণৰ বাবে অগণন ভক্তই মহাদেৱৰ চৰণত আশিষ লয় । শিৱৰ আৰাধনাৰে সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে নগাঁৱৰ এই শিৱমন্দিৰত ।

Intro:মহাদেৱৰ আৰাধনাত মুখৰ নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰ।

Body:আজি মহাশিৱৰাত্রী। সমগ্ৰ ৰাজ্যজুৰি মহাদেৱ বন্দনা। ৪৫ বছৰীয়া পুৰণি নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱমন্দিৰতো পুৱাৰ পৰাই চলিছে মহাদেৱৰ আৰাধনা। নিজৰ মনোবাঞ্চা পূৰণৰ বাবে মহাদেৱৰ চৰণত আশীষ ললে সকলোয়ে। পুৱাৰ পৰাই নগাঁৱৰ এই শিৱমন্দিৰত ভক্তৰ লানি নিছিগা সোঁত। পূজা অৰ্চনা কৰিলে যুৱতী পুৰুষ মহিলাই। সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশ বিৰাজমান নগাঁৱৰ এই শিৱমন্দিৰত।
bite.
-------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৪-৩-১৯

Conclusion:
Last Updated : Mar 4, 2019, 4:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.