ETV Bharat / state

কলিয়াবৰত উদ্ধাৰ এটা হৰিণা পহু

author img

By

Published : Apr 19, 2020, 12:09 PM IST

কলিয়াবৰৰ চলুং থানা এলেকাৰ ভকুৱামাৰীত উদ্ধাৰ হয় হৰিণা পহুটো ৷ উদ্ধাৰ কৰি ৰাইজে গতাই দিয়ে বন বিভাগক ৷

Deer Rescued at Kaliabor
কলিয়াবৰত উদ্ধাৰ হৰিণা পহু

কলিয়াবৰ,19 এপ্ৰিলঃ লক ডাউনৰ সময়তে বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ বন্যপ্ৰাণীৰ ৷ শনিবাৰে বিয়লি কলিয়াবৰৰ চলুং থানা এলেকাৰ ভকুৱামাৰীত প্ৰত্যক্ষ কৰা হয় এটা হৰিণা পহু ৷ হৰিণা পহুটো প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰি ৰাইজে গতাই দিয়ে বন বিভাগক ৷ বন বিভাগে পিচত পহুটো লৈ যায় ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত পহুটোক পুনৰ বনাঞ্চলত মুকলি কৰি দিব ৷

কলিয়াবৰত উদ্ধাৰ হৰিণা পহু

লগতে পঢ়কঃলক ডাউনৰ মাজতে খোৱাঙত চিত্ৰ শিল্পীৰ চমক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.